সীতা সোৰেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীতা সোৰেন
ঝাৰখণ্ড বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০৯
পূৰ্বসূৰী সুনীল সোৰেন
সমষ্টি জামা
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ঝাৰখণ্ড মুক্তি মৰ্চা
দাম্পত্যসঙ্গী দুৰ্গা সোৰেন
সমন্ধ * শিবু সোৰেন (শহুৰ)
  • হেমন্ত সোৰেন (দেৱৰ)

সীতা মুৰ্মু ওৰফে সীতা সোৰেন এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জামাৰ পৰা ঝাৰখণ্ড বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী নেত্ৰী ৷ তেওঁ জেএমএমৰ মুৰব্বী শিবু সোৰেনৰ বোৱাৰী আৰু প্ৰয়াত দুৰ্গা সোৰেনৰ পত্নী ৷[1][2][3] তেওঁ ২০১২ চনৰ ৰাজ্যসভা নিৰ্বাচনত ভোটদানত ধন লাভ কৰাৰ অভিযোগ উত্থাপন কৰি ৭ মাহ কাৰাবাস খাটিছিল। এতিয়া তেওঁ জামিন লাভ কৰিছে।[4][5]

ৰাজনৈতিক যাত্ৰা[সম্পাদনা কৰক]

২০০৯ চনত ঝাৰখণ্ডৰ জামা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচিত হোৱাৰ পিছত ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি লাভ কৰে ৷ ২০১৪ চনত একেটা সমষ্টিৰ পৰাই ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। ২০১৯ চনত ঝাৰখণ্ডৰ জামা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচনত জয়লাভ কৰিছিল।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Sita Murmu Alias Sita Soren(JMM):Constituency- JAMA (ST)(DUMKA ) - Affidavit Information of Candidate:". myneta.info. https://myneta.info/jharkhand2014/candidate.php?candidate_id=1072। আহৰণ কৰা হৈছে: 2022-06-22. 
  2. "Who Is Sita Soren? Three-Time MLA And Daughter-In-Law Of Shibu Soren". www.shethepeople.tv. Archived from the original on 2022-06-22. https://web.archive.org/web/20220622093142/https://www.shethepeople.tv/shestars/who-is-sita-soren-daughter-in-law-shibu-soren/amp/। আহৰণ কৰা হৈছে: 2022-06-22. 
  3. "सियासत: अपनी ही सरकार के खिलाफ विधानसभा के बाहर धरने पर बैठीं सीएम हेमंत सोरेन की भाभी, जानें क्या है मामला" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/jharkhand/jharkhand-cm-hemant-soren-sister-in-law-and-mla-sita-soren-sits-on-dharna-at-assembly-gates-against-own-government। আহৰণ কৰা হৈছে: 2022-06-22. 
  4. "Sita Murmu Alias Sita Soren(JMM):Constituency- JAMA (ST)(DUMKA ) - Affidavit Information of Candidate:". myneta.info. https://myneta.info/jharkhand2014/candidate.php?candidate_id=1072। আহৰণ কৰা হৈছে: 2022-06-22. 
  5. "Sita Soren gets bail in horse-trading case | India News - Times of India". The Times of India. http://timesofindia.indiatimes.com/india/Sita-Soren-gets-bail-in-horse-trading-case/articleshow/42336806.cms. 
  6. "Sita Murmu Alias Sita Soren(JMM):Constituency- JAMA (ST)(DUMKA ) - Affidavit Information of Candidate:". myneta.info. https://myneta.info/jharkhand2014/candidate.php?candidate_id=1072। আহৰণ কৰা হৈছে: 2022-06-22.