সুচিত্ৰা হান্সদা
অৱয়ব
সুচিত্ৰা হান্সদা (ইংৰাজী: Suchitra Hansda), জন্ম: ১৯৮৩ চন, এগৰাকী চাঁওতালী মহিলা লেখিকা। ভাৰতৰ পশ্চিম বংগৰ হুগলী জিলাৰ জামদা গাঁৱত তেওঁৰ ঘৰ। চাঁওতালী ভাষাৰ বিভিন্ন সাহিত্যৰ ৰচনাৰ বাবে তেওঁ পৰিচিত।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]হান্সদাই পানপুৰ শশীভূষণ হাইস্কুল,[2] হাওৰাৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু মেদিনীপুৰৰ ৰাজা নৰেন্দ্ৰ লাল খান মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৮ চনত তেওঁৰ বিবাহ হয়।[1]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]সুচিত্ৰা হান্সদাই তেওঁৰ গ্ৰন্থ বেৰা আহলা কবিতা পুথিৰ বাবে ২০১৫ চনৰ সাহিত্য অকাডেমী নতুন দিল্লী যুৱ পুৰস্কাৰ লাভ কৰিছে৷[3].
কিতাপ আৰু প্ৰকাশন
[সম্পাদনা কৰক]সুচিত্ৰা হান্সদাই তলত উল্লেখ কৰা চাঁওতালী ভাষাৰ কবিতা পুথি প্ৰকাশ কৰিছে।[4]
- বেৰা আহলা
- ডোবে বাহা
- ধিলৱাং
- জুৱান ডেৰে
- খাদা
- বানাদল
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "सुचित्रा हांसदा को युवा साहित्य पुरस्कार - फोट ो डीएस 4 असंपादित - Prabhat Khabar" (en-US ভাষাত). 2015-06-25. https://www.prabhatkhabar.com/state/jharkhand/jamshedpur/490176। আহৰণ কৰা হৈছে: 2024-03-10.
- ↑ "Education First". https://school.banglarshiksha.gov.in/ws/website/index/19160114104.
- ↑ "..:: SAHITYA Akademi - Yuva Puraskar ::". https://sahitya-akademi.gov.in/awards/yuva_samman_suchi.jsp.
- ↑ "ᱟᱭᱳ ᱟᱲᱟᱝ – ᱟᱭᱳ ᱟᱲᱟᱝ". https://ayoarang.in/ᱟᱭᱳ-ᱟᱲᱟᱝ.