সুধীৰ নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশিষ্ট সমাজকৰ্মী, একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুধীৰ নাথ এজন প্ৰচাৰবিমুখ ব্যক্তি। কামৰ বিনিময়ত কেতিয়াও দৰমহা গ্ৰহণ কৰা নাছিল। তেখেত এজন শ্ৰেষ্ঠ দবা খেলুৱৈ।

জন্ম[সম্পাদনা কৰক]

কৰ্মজীৱন[সম্পাদনা কৰক]

সাহিত্যৰাজি[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

তেখেত এজন দবা খেলুৱৈও আছিল।

মৃত্যু[সম্পাদনা কৰক]

২০১৯ চনৰ ১১ অক্টোবৰত এইজনা মহান ব্যক্তিত্বই ৮০ বছৰ বয়সত ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে।

তথ্যউৎস[সম্পাদনা কৰক]