সদস্য:Aankbaak/সৌমিত্ৰ যোগী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সৌমিত্ৰ যোগীৰ পৰা পুনঃনিৰ্দেশিত)


সৌমিত্ৰ যোগী (ইংৰাজী: Saumitra Jogee) অসমৰ এগৰাগী প্ৰকাশক, ঔপন্যাসিক, প্ৰবন্ধকাৰ, সম্পাদক আৰু কনচেপ্ত ডিজাইনাৰ (Concept Designer)। তেওঁ অসমৰ গ্ৰন্থ প্ৰকাশনগোষ্ঠী 'আঁক-বাক প্ৰকাশন'ৰ স্বত্বাধিকাৰী। সাংবাদিকতাৰে কৰ্মজীৱনৰ পাতনি মেলা যোগীয়ে ব্যংগৰে অসমীয়া সাহিত্যত আত্মপ্ৰকাশ কৰে। 'বেণী' উপন্যাসৰ স্ৰষ্টাৰূপে খ্যাত সৌমিত্ৰ যোগীৰ 'মধুশালা' হৈছে প্ৰথমখন উপন্যাস।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]