সৰিয়হ গুটি
অৱয়ব
| 100 গ্ৰাম (3.5 oz)ৰ পৌষ্টিক মূল্য | |
|---|---|
| শক্তি | 1,964 কিলোজুল (469 কিলোকেলৰি) |
৩৪.৯৪ গ্ৰাম | |
| শৰ্কৰা | ৬.৮৯ গ্ৰাম |
| খাদ্যজ আঁহ | ১৪.৭ গ্ৰাম |
২৮.৭৬ গ্ৰাম | |
| সংপৃক্ত | ১.৪৬ গ্ৰাম |
| একসংপৃক্ত | ১৯.৮৩ গ্ৰাম |
| বহুসংপৃক্ত | ৫.৩৯ গ্ৰাম |
২৪.৯৪ গ্ৰাম | |
| খাদ্যপ্ৰাণ | |
| ভিটামিন এ সমতুল্য | (০%) ৩ μগ্ৰা |
| থাইমিন (বি১) | (৪৭%) ০.৫৪৩ মিগ্ৰা |
| ৰাইব'ফ্লেভিন (বি২) | (৩২%) ০.৩৮১ মিগ্ৰা |
| নাএচিন (বি৩) | (৫৩%) ৭.৮৯০ মিগ্ৰা |
| ভিটামিন বি৬ | (৩৩%) ০.৪৩ মিগ্ৰা |
| ফ'লেট (বি৯) | (১৯%) ৭৬ μগ্ৰা |
| ভিটামিন বি১২ | (০%) ০ μগ্ৰা |
| ভিটামিন চি | (৪%) ৩ মিগ্ৰা |
| ভিটামিন ই | (১৯%) ২.৮৯ মিগ্ৰা |
| ভিটামিন কে | (৫%) ৫.৪ μগ্ৰা |
| লৱন | |
| কেলচিয়াম | (৫২%) ৫২১ মিগ্ৰা |
| লো | (৭৭%) ৯.৯৮ মিগ্ৰা |
| মেগনেছিয়াম | (৮৪%) ২৯৮ মিগ্ৰা |
| ফছফৰাছ | (১২০%) ৮৪১ মিগ্ৰা |
| পটেছিয়াম | (১৫%) ৬৮২ মিগ্ৰা |
| ছডিয়াম | (০%) ৫ মিগ্ৰা |
| জিংক | (৬০%) ৫.৭ মিগ্ৰা |
| অন্যান্য উপাদান | |
| পানী | ৬.৮৬ গ্ৰাম |
| |
| শতকৰা হাৰসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. ৰিক'মেণ্ডেচন ব্যৱহাৰ কৰি আনুমানিকভাৱে নিৰ্ধাৰণ কৰা হৈছে। উৎস: USDA Nutrient Database | |

সৰিয়হ এবিধ তেলজাতীয় গোলাকাৰ বীজ, ইয়াৰ ৰং গাঢ় ৰঙা আৰু ক'লা হয়, আন এবিধ সৰিয়হ হালধীয়া বৰণৰ হয়, যাক সাধাৰণতে হালধীয়া বৰণৰ বুলি নকৈ বগা সৰিয়হ বুলিহে জনা যায়। ইয়াৰ ফুলবিলাকৰ ৰং হালধীয়া হয়। সৰিয়হৰ গুটি বিলাকৰ আকাৰ ১ ৰ পৰা ২ মিলিমিটাৰ (০.০৩৯ ৰ পৰা ০.০৭৯ ইঞ্চি) হয়।