হলি চেম্পছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


হলি জয় চেম্পছন ( ইংৰাজী : Holy Joy Sampson ; জন্ম: ৪ ছেপ্টেম্বৰ, ১৯৭৩), যাক নিকোলেট ফষ্টাৰ, আন্দ্ৰেয়া মাইকেলছ বা জো [1] নামেৰেও জনা যায়। চেম্পছন এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তাই মূলসুঁতিৰ চলচ্চিত্ৰৰ লগতে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰতো অভিনয় কৰিছিল। তাৰোপৰি তাই কেইবাটাও টেলিভিছন শ্ব'ত অভিনয় কৰিছিল। ১৯৯০ চনত মুক্তিপ্ৰাপ্ত কমেডী-ড্ৰামা বৈশিষ্ট্যপূৰ্ণ ছবি পাম্প আপ দ্য ভলিউমত কৰা অভিনয়ৰ বাবে তাই বেছিকৈ পৰিচিত হয়। ২০০০ চনত তাই ইমানুৱেল চিৰিজত অভিনয় কৰি অধিক পৰিচিত হৈ উঠে। [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Personal Bio: Holly Sampson". IAFD.com. http://www.iafd.com/person.rme/perfid=HollySampson/gender=f/Holly-Sampson.htm। আহৰণ কৰা হৈছে: 2008-05-17. 
  2. "Emmanuelle (character)". IMDb. https://www.imdb.com/character/ch0022376/। আহৰণ কৰা হৈছে: June 3, 2008.