হেমন্ত কুমাৰ শৰ্মা
অৱয়ব
হেমন্ত কুমাৰ শৰ্মা | |
---|---|
জন্ম | ১৯৩২ নলবাৰী জিলাৰ পিপলিবাৰী গাঁৱত |
পেচা | লেখক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
হেমন্ত কুমাৰ শৰ্মা (ইংৰাজী: hemnta kumar sharma) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক|[1]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৯৩২ চনত তেখেতৰ জন্ম হৈছিল।[2]
শিক্ষা আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]- হেমন্ত কুমাৰ শৰ্মাই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কটন কলেজত অসমীয়া বিভাগত অধ্যাপনা কৰিছিল|[2] তেওঁ অসম সাহিত্য সভা , অসম জনকৃষ্টি সমাজ আৰু বিভিন্ন সাংস্কৃতিক বিষয়ক অনুষ্ঠানৰ লগত জঢ়িত আছিল|[2]
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- অসমীয়া সাহিত্যৰ দৃষ্টিপাত|
- অসমীয়া সাহিত্যৰ ৰেঙনি|
- সাহিত্য বিচিত্ৰা|
- সাহিত্যৰ জেউতি|
- কবেৰীৰ পাৰে পাৰে|
- স্মৃতিৰ পলাশ|
- সেই মালাধাৰী|
- ৰাখি বন্ধন|
- সন্ধ্যাৰাগ|
- জীৱনী সৌৰভ|[2]
সংকলন আৰু সম্পাদনা
[সম্পাদনা কৰক]মৃত্যু
[সম্পাদনা কৰক]হেমন্ত কুমাৰ শৰ্মাৰ চাকৰিকালীন অৱস্থাতে ১৯৯২ চনৰ ১৯ জানুৱাৰীত মৃত্যু হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Hemant Kumar Sarma-Brief Life Sketch". menonimus.org. https://menonimus.org/hemant-kumar-sarma-brief-life-sketch/#google_vignette। আহৰণ কৰা হৈছে: January 15, 2025.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম).
- ↑ ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম).