হেলচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেলচ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
গণ: Antidesma
প্ৰজাতি: acidum
সমাৰ্থক[1]

হেলচ (বৈজ্ঞানিক নাম: Antidesma acidum) হৈছে এজোপা গুল্ম বা চাপৰ উদ্ভিদ প্ৰজাতি। ই প্ৰায় ৬ মিটাৰ পৰ্যন্ত ওখ হয়। ই এছিয়াৰ প্ৰায়বোৰ দেশত পোৱা যায়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]