ৰঙিয়া ৰেলৱে সংমণ্ডল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰঙিয়া ৰেলৱে সংমণ্ডল (ইংৰাজী: Rangiya railway division) ভাৰতীয় ৰেলৱেউত্তৰ-পূব সীমান্ত ৰেলৱে জ'নৰ অন্তৰ্গত পাঁচটা ৰে'ল বিভাগৰ ভিতৰত অন্যতম৷ ২০০৩ চনৰ ১ এপ্ৰিলত আলিপুৰদুৱাৰ ৰেল বিভাগৰ পৰা গঠন হোৱা এই ৰেল বিভাগটো অসম ৰাজ্যৰ ৰঙিয়াত ইয়াৰ মুখ্য কাৰ্যালয়৷[1][2][3][4]

গুৱাহাটীৰ মালিগাঁৱত মুখ্য কাৰ্যালয় থকা উত্তৰ পূব সীমান্ত ৰেলৱে মণ্ডলৰ অন্তৰ্গত আন চাৰিটা ৰেলৱে সংমণ্ডল- লামডিং ৰেলৱে সংমণ্ডল, তিনিচুকীয়া ৰেলৱে সংমণ্ডল আৰু আলিপুৰৱাৰ ৰ ৰেলৱে সংমণ্ডল৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. https://nfr.indianrailways.gov.in/rangiya_railway_division/assam | আহৰণ কৰা হৈছে: 25-04-2024
  2. "Zones and their Divisions in Indian Railways" (PDF). Indian Railways. Archived from the original on 19 March 2015. https://web.archive.org/web/20150319003737/http://www.indianrail.gov.in/ir_zones.pdf। আহৰণ কৰা হৈছে: 14 January 2016. 
  3. "Rangiya Railway Division". North Eastern Railway zoneRailway Board. http://www.nfr.indianrailways.gov.in/view_section.jsp?lang=0&id=0,1,444। আহৰণ কৰা হৈছে: 14 January 2016. 
  4. https://dbpedia.org/page/Rangiya_railway_division | আহৰণ কৰা হৈছে: 25-04-2024