ৰম্বাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৰম্বাছ

Two rhombi
প্ৰকাৰ quadrilateral, bipyramid
বাহু আৰু শীৰ্ষ 4
Symmetry group D2, [2], (*22)
ক্ষেত্ৰফল
Dual polygon rectangle
বৈশিষ্ট convex, isotoxal

যি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।

বৈশিষ্ট্য[সম্পাদনা কৰক]

  • ৰম্বাছৰ চাৰিটা বাহুৰ দৈঘ্য সমান,
  • ৰম্বাছৰ বিপৰীত কোন সমান,
  • ৰম্বাছৰ কৰ্ণ দুডালৰ দৈঘ্য অসমান আৰু ইহঁতে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে,
  • প্ৰতিটো বৰ্গক্ষেত্ৰ একোটা বিশেষ ৰম্বাছ, কিন্তু প্ৰতিটো ৰম্বাছ বৰ্গক্ষেত্ৰ নহয়।

ৰম্বাছৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে

সেই অনুসৰি 5 cm বাহু দৈঘ্যৰ এটা ৰম্বাছৰ পৰিসীমা হ'ব

ইয়াৰ ক্ষেত্ৰফল হৈছে য'ত b = ভূমি আৰু h = উন্নতি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]