ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ
ধৰণ Conservation charity
স্থাপিত ১৮৮৯ (1889), Fletcher Moss Botanical Garden, Manchester
মুখ্য কাৰ্যালয় The Lodge, Sandy, Bedfordshire, England
2 Lochside View, Edinburgh, Scotland
দেশ/অঞ্চল United Kingdom
নেতৃস্থানীয় ব্যক্তিত্ব
ৰাজহ বৃদ্ধি £88.28 million GBP (2006)[1]
কাৰ্যকৰ আয় বৃদ্ধি £69.7 million GBP (2006)[1]
মুঠ আয় decrease £3.68 million GBP (2006)[1]
কৰ্মচাৰীৰ সংখ্যা
ৱেবছাইট www.rspb.org.uk

ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ (ইংৰাজী: Royal Society for the Protection of Birds (RSPB)) ইংলেণ্ড, ৱেলছ আৰু স্কটলেণ্ডত পঞ্জীভূক্ত এটা দাতব্য সংগঠন (charitable organisation)।[2][3] এই সংগঠনটো ১৮৮৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। সংগঠনটোৰ মূল উদেশ্য হৈছে জনসাধাৰণৰ মাজত সজাগতা আনি আৰু যুক্তৰাজ্যত অৱস্থিত সংৰক্ষিত বনাঞ্চলসমূহৰ সঠিক পৰিচালনাৰ যোগেদি পক্ষীকূল আৰু জৈববৈচিত্ৰ্যৰ সংৰক্ষণ সুনিশ্চিত কৰা।[4]

আৰ এছ পি বিৰ মুঠ কৰ্মকৰ্ত্তা ১৩০০ গৰাকী। তদুপৰি সংগঠনটোৰ ১৮০০০ স্বেচ্ছাসেৱী আৰু এক মিলিয়নৰ অধিক সদস্যৰে এই সংগঠনটো ইউৰোপৰ ভিতৰতে সৰ্ববৃহৎ বন্যপ্ৰাণী সংৰক্ষণ সংগঠন।[5] এই সংগঠনে ২০০খন সংৰক্ষিত বনাঞ্চল পৰিচালনা কৰে।[6]

ইতিহাস[সম্পাদনা কৰক]

Plaque at Fletcher Moss Park, Manchester, commemorating the foundation of the RSPB

আৰ এছ পি বিৰ জন্ম হয় ১৮৮৯ চনত প্ৰতিষ্ঠা কৰা দুটা পৃথক মহিলা সংগঠনৰ যোগেদি। ইয়াৰে প্ৰথমটো সংগঠন দ্য প্লুমেজ লীগ (The Plumage League), মহিলাৰ সাজসজ্জাত চৰাইৰ পাখি আৰু ছাল ব্যৱহাৰ কৰাৰ বিৰুদ্ধে জনমত গঢ়াৰ উদেশ্যেৰে মানচেষ্টাৰৰ দিদছবাৰিত এমিলি ৱিলিয়ামছন (Emily Williamson) নামৰ এগৰাকী মহিলাই নিজৰ ঘৰতে প্ৰতিষ্ঠা কৰিছিল। [7][8] দ্বিতীয়টো সংগঠন ফাৰ, ফিন এণ্ড ফেডাৰ ফক (Fur, Fin and Feather Folk) প্ৰতিষ্ঠা কৰিছিল এলিজা ফিলিপ (Eliza Phillips),এটা লেমন (Etta Lemon) আৰু কেথৰিন হল (Catherine Hall) নামৰ মহিলা কেইগৰাকীয়ে। এই দুয়োটা সংগঠন ১৮৯১ চনত সংযুক্ত হৈ লণ্ডনত ছ’ছাইটি ফৰ দ্য প্ৰটেকশ্যন অফ বাৰ্ডছ (Society for the Protection of Birds in London) গঠন কৰে।[9] ১৯০৪ চনত এই ছ’ছাইটিয়ে ৰ’য়েল চাৰ্টাৰ ( Royal Charter) লাভ কৰে।[10]

আৰ এছ পি বিৰ মূল সদস্য সকলোবোৰ সেইসময়ৰ মহিলাৰ ফেশ্বনৰূপে টুপীত চৰাইৰ ৰংবিৰঙী পাখিৰ ব্যৱহাৰৰ বিৰোধিতা কৰা মহিলাসকল আছিল।[11] জন্মৰ সময়ত আৰ এছ পি বিৰ মূল উদেশ্য দুটা আছিল-[9]

  • সংগঠনৰ সদস্যাসকলে চৰাইৰ সংৰক্ষণৰ বাবে অৱদান আগবঢ়াব।
  • কোনো সদস্যাই সেইসময়ৰ অন্য মহিলাৰ দৰে টুপীত চৰাইৰ পাখি ব্যৱহাৰ নকৰিব।

এই সংগঠন প্ৰতিষ্ঠা হোৱাৰ সময়ত মহিলাৰ টুপীত চৰাইৰ পাখিৰ ব্যাপকভাৱে ব্যৱহাৰ হৈছিল। তথ্য অনুসৰি ১৮৮৪ চনত ভাৰত আৰু ব্ৰাজিলৰ পৰা ইংলেণ্ডলৈ ৭০০০ bird-of-paradise ৰ পাখি আৰু ৪০০,০০০ ৰো অধিক অন্য চৰাইৰ পাখি আমদানি কৰা হৈছিল। [12]

১৮৯০ চনত এই সংগঠনে Destruction of Ornamental-Plumaged Birds নামেৰে প্ৰথমখন পত্ৰিকা প্ৰকাশ কৰে।[13] এই পত্ৰিকাত বগলীৰ পাখিৰ ফেশ্বনত ব্যৱহাৰে চৰাইবিধৰ প্ৰতি নমাই অনা আশংকা প্ৰকাশ কৰে। পৰৱৰ্ত্তী সময়ত ১৮৯৭ ত প্ৰকাশ কৰা Bird Food in Winter শীতকালত সাজসজ্জাৰ বাবে ব্যৱহাৰ কৰা বেৰী য়ে চৰাইৰ খাদ্যউৎস ধ্বংস কৰাৰ বিষয়ে আলোকপাত কৰে আৰু কৃত্ৰিম ফল ব্যৱহাৰৰ প্ৰস্তাৱ আগবঢ়ায়।[14]

১৮৯৮ চনলৈ আৰ এছ পি বিৰ সদস্যসংখ্যা ২০,০০০ জনলৈ বৃদ্ধি পালে আৰু ১৮৯৭ বছৰটোতে সংগঠনটোৱে প্ৰায় ১৬,০০০খন চিঠি আৰু ৫০,০০০খন পত্ৰিকা বিতৰণ কৰে।[15]

সংগঠনটোৱে উচ্চ সমাজৰ কিছু আদৰণীয় মহিলাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত পৰ্টলেণ্ডৰ ডাচ্ছেছ (Duchess of Portland, যি পৰৱৰ্ত্তীকালত আৰ এছ পি বিৰে প্ৰথম সভানেত্ৰী হয়) আৰু ছাৰাৱাকৰ ৰাণী (Ranee of Sarawak) উল্লেখযোগ্য।

১৯০৪ চনত আৰ এছ পি বিয়ে ৰাজকীয় চাৰ্টাৰ (Royal Charter) লাভ কৰে।[9] এই সময়ৰ ভিতৰতে সংগঠনটোৱে কাপোৰত চৰাইৰ পাখিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ যুক্তৰাজ্যৰ সদনত আবেদনো দাখিল কৰে।[8]

১৯৬১ চনত সংগঠনটোৱে ইংলেণ্ডৰ বেডফৰ্ডশ্বায়াৰৰ ছেণ্ডিত মূল কাৰ্যালয় স্থাপন কৰে।[8] এই সংগঠনৰ প্ৰতীক (logo) এভ’ছেট (Avocet) নামৰ চৰাইবিধ। এই প্ৰতীকটো পোনপ্ৰথমে ৰৱাৰ্ট গিলম’ৰে(Robert Gillmor) আৰ্হি তৈয়াৰ কৰিছিল।[16]

অৱদান[সম্পাদনা কৰক]

An Avocet at the RSPB's Minsmere reserve. This species is used in the RSPB's logo.

বৰ্তমান এই সংগঠনে পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ বাবে জনসাধাৰণ আৰু চৰকাৰক পৰামৰ্শ আগবঢ়ায়। এই সংগঠনে অন্য কেইবাটাও সংগঠনৰ লগত যুটীয়াভাৱে যুক্তৰাজ্যত চৰাইৰ সংৰক্ষণৰ বৰ্তমান অৱস্থা ( conservation status) সম্পৰ্কীয় তালিকা প্ৰস্তুত কৰে।[17]

এই সংগঠনে চৰাইৰ বাবে চিকিৎসালয় বা চৰাইৰ উদ্ধাৰ আদি কাৰ্য্যত অংশ নলয়।[18]

সংৰক্ষিত বনাঞ্চল[সম্পাদনা কৰক]

South Stack reserve, Anglesey, with Ellin's Tower, housing a visitor centre
A webcam installed near Sumburgh Head lighthouse, (Shetland). The cliffs are home to large numbers of seabirds and the area is an RSPB nature reserve.

আৰ এছ পি বিৰ বৰ্তমান সমগ্ৰ যুক্তৰাজ্য জুৰি ২০০খন সংৰক্ষিত বনাঞ্চল আছে।[6] covering a wide range of habitats, from estuaries and mudflats to forests and urban habitats.[19] The reserves often have bird hides provided for birdwatchers and many provide visitor centres, which include information about the wildlife that can be seen there.[20]

বঁটা[সম্পাদনা কৰক]

The RSPB confers awards, including the President's Award, for volunteers who make a notable contribution to the work of the society.

RSPB Medal[সম্পাদনা কৰক]

According to the RSPB:

The RSPB Medal is the Society's most prestigious award. It is presented to an individual in recognition of wild bird protection and countryside conservation. It is usually awarded annually to one or occasionally two people.[21]

আলোচনী[সম্পাদনা কৰক]

The RSPB has published a members-only magazine for over a century.

Bird Notes[সম্পাদনা কৰক]

Bird Notes  
অধ্যয়নৰ ক্ষেত্ৰ Ornithology
ভাষা English
প্ৰকাশন তথ্য
ইতিহাস ১৯০৩ (1903)–1966
প্ৰকাশক
RSPB (United Kingdom)
মানক সংক্ষিপ্ত ৰূপ
ISO 4 Bird Notes
সূচাংক
ISSN 0406-3392

Advert for Bird Notes and News from the March 1934 edition of North Western Naturalist magazine. Note early logo.

Bird Notes and News (সাঁচ:ISSN) was first published in April 1903.

The title changed to Bird Notes in 1947. In the 1950s, there were four copies per year (one for each season, published on the 1st of each third month, March, June, September and December). Each volume covered two years, spread over three calendar years. For example, volume XXV (25), number one was dated Winter 1951, and number eight in the same volume was dated Autumn 1953.

From the mid-1950s, many of the covers were by Charles Tunnicliffe. Two of the originals are on long-term loan to the Tunnicliffe gallery at Oriel Ynys Môn, but in 1995 the RSPB sold 114 at a Sotheby's auction, raising £210,000, the most expensive being a picture of a partridge which sold for £6,440.[22]

From January 1964 (vol. 31, no. 1), publication increased to six per year, (issued in the odd-numbered months, January, March and so on, but dated "January–February", "March–April", etc.). Volumes again covered two years, so vol. 30, covering 1962–63, therefore included nine issues, ending with the "Winter 1963–64" edition instead of eight. The final edition, vol. 31 no. 12, was published in late 1965.

সম্পাদক[সম্পাদনা কৰক]


  • Miss M. G. Davies, BA, MBOU (for many years, until vol. 30 no. 9)
  • John Clegg (from vol. 31 No. 1 – vol. 31 no. 3)
  • Jeremy Boswell (from vol. 31 no. 4 – vol. 31 no. 12)

Birds[সম্পাদনা কৰক]

Birds  
অধ্যয়নৰ ক্ষেত্ৰ Ornithology
ভাষা English
সম্পাদক Mark Ward
প্ৰকাশন তথ্য
ইতিহাস ১৯৬৬ (1966)–২০১৩ (2013)
প্ৰকাশক
RSPB (United Kingdom)
ধৰণ Quarterly
মানক সংক্ষিপ্ত ৰূপ
ISO 4 Birds
সূচাংক
ISSN 1367-983X

লিংক
*জাৰ্ণেলৰ মুখ্যপৃষ্ঠা

Bird Notes' successor Birds (সাঁচ:ISSN) replaced it immediately, with volume 1, number 1 being the January–February 1966 edition. Issues were published quarterly, numbered so that a new volume started every other year.

The Autumn 2013 edition, dated August–October 2013, being vol. 25 no. 7, was the last.[23]

Nature's Home[সম্পাদনা কৰক]

Nature's Home  
অধ্যয়নৰ ক্ষেত্ৰ Ornithology
ভাষা English
সম্পাদক Mark Ward
প্ৰকাশন তথ্য
ইতিহাস ২০১৩ (2013)–present
প্ৰকাশক
RSPB (United Kingdom)
ধৰণ Quarterly
মানক সংক্ষিপ্ত ৰূপ
ISO 4 Nat.'s Home
সূচাংক
ISSN 2054-3433

লিংক
*জাৰ্ণেলৰ মুখ্যপৃষ্ঠা

In Winter 2013 Birds was replaced by a new magazine, Nature's Home. The editor was Mark Ward. The magazine had an ABC-certified circulation of 600,885.[24]

বিগ গাৰ্ডেন পক্ষী নিৰীক্ষণ[সম্পাদনা কৰক]

RSPB organises bird record data collection in annual collective birdwatching days in Britain. RSPB claims this is the "world's biggest wildlife survey" and helps that society to get a better knowledge on bird population trends in Britain.[25] That activity was launched in 1979 as an activity for kids, although from 2001 is a survey open to adults too. In 2011 over 600,000 people took part, being only 37% RSPB's members. The usual date for this birdwatching collective activity is the January's last weekend. From the start of this annual survey records for sparrows show a decline of 60%, while starling population's decline is about 80% from 1979 to 2012.[25]

বাৰ্ডট্ৰেক[সম্পাদনা কৰক]

BirdTrack is an online citizen science website, operated by the British Trust for Ornithology (BTO) on behalf of a partnership of the BTO, the RSPB, BirdWatch Ireland, the Scottish Ornithologists' Club and the Welsh Ornithological Society (সাঁচ:Lang-cy).[26][27]

অৰ্থনীতি[সম্পাদনা কৰক]

Fund-raising at the Great British Beer Festival 2016.

The RSPB is funded primarily by its members; in 2006, over 50% of the society's £88 million income came from subscriptions, donations and legacies, worth a total of £53.669 million.[1] As a registered charity, the organisation is entitled to gift aid worth an extra £0.28 on every £1.00 donated by income tax payers.[28] It also receives contractual payments from clean energy utilities and financiers of renewable energy solutions, when its members sign up as clients.[29] The bulk of the income (£63.757 million in 2006) is spent on conservation projects, maintenance of the reserves and on education projects, with the rest going on fundraising efforts and reducing the pension deficit, worth £19.8 million in 2006.

বিজ্ঞাপন[সম্পাদনা কৰক]

It was reported in an article in The Daily Mail on 2 November 2014 that claims that the charity "was spending 90 per cent of its income on conservation" by the UK Advertising Standards Authority were incorrect. The article claimed that the true figure was closer to 26%. The Charity Commission investigated the claims, and contacted the RSPB to get it to clarify its web statement. The RSPB complied, with the clarification that 90% of its net income (after expenses, not gross income as received) was spent on conservation, and that conservation activities were diverse, not limited to spending on its own nature reserves. This was accepted by the Charity Commission.[30]

সভাপতি[সম্পাদনা কৰক]

Winifred Cavendish-Bentinck, Duchess of Portland, painted by Philip Alexius de László in 1912

মূল বিষয়ববীয়া[সম্পাদনা কৰক]

এই সংগঠনৰ মূল বিষয়ববীয়াৰ পদবীৰ নাম সময়ৰ লগে লগে সলনি হৈ আহিছে।[8][31]

  • ৱিলিয়াম হেনৰী হাড্চন (William Henry Hudson) – কমিটি চেয়াৰমেন ১৮৯৪ Chairman of Committee 1894
  • ছাৰ মণ্টাগু শ্বাৰ্প (Sir Montagu Sharpe, KBE DL) – কমিটি চেয়াৰমেন ১৮৯৫-১৯৪২ Chairman of Committee 1895–1942
  • ফিলিপ ব্ৰাউন (Phillip Brown)
  • পিটাৰ কনডাৰ (Peter Conder OBE) – সম্পাদক, ১৯৬৩ (Secretary 1963); পৰিচালক, ১৯৬৪-১৯৭৫ (Director 1964–1975)
  • আয়ান প্ৰেছট (Ian Prestt CBE) – সাধাৰণ পৰিচালক, ১৯৭৫-১৯৯১ (Director General 1975–1991)
  • বাৰবাৰা য়ুং (Barbara Young) – চি ই অ’ ১৯৯১-১৯৯৮ (CEO 1991–1998)
  • ছাৰ গ্ৰাহাম ৱাইন (Sir Graham Wynne) –চি ই অ’ ১৯৯৮-২০১০ (CEO 1998–2010)
  • মাইক ক্লাৰ্ক (Mike Clarke) – Chief Executive 2010–present

সহযোগী সংগঠন[সম্পাদনা কৰক]

আৰ এছ পি বি Wildlife and Countryside Link নামৰ নেটৱৰ্কৰ সদস্য।[34] আৰ এছ পি বি যুক্তৰাজ্যৰ বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেল (BirdLife International) নামৰ সংগঠনৰ সহযোগী।[35] তদুপৰি এই সংগঠনে সহযোগী দেশৰ চৰকাৰৰ হৈ দক্ষিণ আটলাণ্টিক অপকাৰী প্ৰজাতি প্ৰকল্প (South Atlantic Invasive Species Project) পৰিচালনা কৰে।

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 RSPB Annual Report Archived 28 November 2007 at the Wayback Machine, 2005–2006. Retrieved 19 February 2007.
  2. সাঁচ:EW charity
  3. সাঁচ:Scottish charity
  4. "What does the RSPB do?". RSPB. Archived from the original on 2 January 2007. https://web.archive.org/web/20070102193600/http://www.rspb.org.uk/about/fdIII/what_does_the_rspb_do_.asp। আহৰণ কৰা হৈছে: 19 February 2007. 
  5. "About the RSPB". RSPB. http://www.rspb.org.uk/about/। আহৰণ কৰা হৈছে: 19 February 2007. 
  6. 6.0 6.1 "Reserves & events". RSPB. http://www.rspb.org.uk/reserves/। আহৰণ কৰা হৈছে: 13 February 2010. 
  7. Penna (1999), পৃষ্ঠা. 99.
  8. 8.0 8.1 8.2 8.3 "Milestones". RSPB. http://www.rspb.org.uk/about/history/milestones.asp। আহৰণ কৰা হৈছে: 19 February 2007. 
  9. 9.0 9.1 9.2 "A history of the RSPB, from its humble beginnings, to the thriving far-reaching organisation it is today.". Royal Society for the Protection of Birds. http://www.rspb.org.uk/whatwedo/history/index.aspx। আহৰণ কৰা হৈছে: 13 February 2017. 
  10. "Charter and Statutes". RSPB. http://www.rspb.org.uk/about/run/charter_statutes.aspx। আহৰণ কৰা হৈছে: 3 February 2016. 
  11. "Five women who founded the RSPB - Natures Home magazine uncovered - Our work - The RSPB Community" (en ভাষাত). ww2.rspb.org.uk. https://ww2.rspb.org.uk/community/ourwork/b/natureshomemagazine/archive/2018/07/26/five-women-who-founded-the-rspb.aspx। আহৰণ কৰা হৈছে: 2018-07-30. 
  12. Adams (2004), পৃষ্ঠা. 189.
  13. Phillips, Eliza (1890). Destruction of Ornamental-Plumaged Birds. 
  14. Phillips, Eliza (1897). Bird Food in Winter. 
  15. Jonathan Burt. "Phillips [née Barron], Eliza [known as Mrs Edward Phillips] (1822/3–1916)". Oxford Dictionary of National Biography. http://www.oxforddnb.com/view/article/50752। আহৰণ কৰা হৈছে: 19 October 2012. 
  16. " ". Springwatch. Season 2018. Episode 5. 4 June 2018. BBC Television. Retrieved 4 June 2018. 
  17. "Working Together: Government". RSPB. Archived from the original on 3 January 2007. https://web.archive.org/web/20070103074629/http://www.rspb.org.uk/policy/waterwetlands/workingtogether/government.asp। আহৰণ কৰা হৈছে: 19 February 2007. 
  18. "Frequently asked questions". RSPB. https://www.rspb.org.uk/birds-and-wildlife/read-and-learn/helping-birds/health/faqs.aspx। আহৰণ কৰা হৈছে: 19 October 2017. 
  19. "Reserves by habitat". RSPB. Archived from the original on 20 February 2007. https://web.archive.org/web/20070220235704/http://www.rspb.org.uk/reserves/habitat/index.asp। আহৰণ কৰা হৈছে: 20 February 2007. 
  20. "Frequently Asked Questions". RSPB. Archived from the original on 20 February 2007. https://web.archive.org/web/20070220235558/http://www.rspb.org.uk/reserves/faq.asp। আহৰণ কৰা হৈছে: 20 February 2007. 
  21. Reynolds, James (23 August 2007). "Gifted naturalist is awarded prestigious RSPB medal". RSPB. http://www.rspb.org.uk/media/releases/175798-gifted-naturalist-is-awarded-prestigious-rspb-medal। আহৰণ কৰা হৈছে: 10 October 2011. 
  22. RSPB Birds magazine, Vol 16 No 01, February–April 1996, page 10
  23. Ward, Mark (Autumn 2013). "Introducing your new magazine, Nature's Voice". Birds খণ্ড 25 (7). ISSN 1367-983X. 
  24. Ward, Mark (30 September 2013). "Nature's Home is coming...". RSPB. http://www.rspb.org.uk/community/ourwork/b/natureshomemagazine/archive/2013/09/30/nature-39-s-home-is-coming.aspx। আহৰণ কৰা হৈছে: 15 October 2013. 
  25. 25.0 25.1 Birds. Spring 2013 vol. 25, nº5. February – April 2013. page 18.
  26. "BirdTrack partners". British Trust for Ornithology. http://www.bto.org/volunteer-surveys/birdtrack/about/partners। আহৰণ কৰা হৈছে: 25 April 2016. 
  27. "Bird Track". National Biodiversity Network. http://nbn.org.uk/biological-recording-scheme/bird-track/। আহৰণ কৰা হৈছে: 25 April 2016. 
  28. "Gift Aid". RSPB. Archived from the original on 22 February 2007. https://web.archive.org/web/20070222173947/http://www.rspb.org.uk/supporting/giftaid/index.asp। আহৰণ কৰা হৈছে: 19 February 2007. 
  29. Dellingpole, James (7 April 2013). "RSPB makes a killing... from windfarm giants behind turbines accused of destroying rare birds". Daily Mail. http://www.dailymail.co.uk/news/article-2305197/RSPB-makes-killing--windfarm-giants-turbines-accused-destroying-rare-birds.html। আহৰণ কৰা হৈছে: 23 December 2013. 
  30. Iles, Harry. "RSPB - 207076". Charity Commission. https://www.rspb.org.uk/Images/response-to-issues-in-mail_tcm9-388842.pdf। আহৰণ কৰা হৈছে: 15 May 2016. 
  31. 31.0 31.1 31.2 RSPB Birds magazine, Vol 13 No 7, Autumn 1991
  32. Jamieson, Alastair (3 October 2009). "Springwatch star Kate Humble appointed president of RSPB". The Telegraph (www.telegraph.co.uk). https://www.telegraph.co.uk/earth/wildlife/6257616/Springwatch-star-Kate-Humble-appointed-president-of-RSPB.html। আহৰণ কৰা হৈছে: 4 October 2009. 
  33. Hogg, Gemma (12 October 2013). "Miranda Krestovnikoff becomes RSPB President" (Press release). RSPB. http://www.rspb.org.uk/media/releases/355188-miranda-krestovnikoff-becomes-rspb-president. 
  34. "Wildlife and Countryside Link, Our members". Wcl.org.uk. http://www.wcl.org.uk/our-members.asp। আহৰণ কৰা হৈছে: 31 January 2014. 
  35. "RSPB, Our partnership with BirdLife International". Rspb.org.uk. http://www.rspb.org.uk/international/birdlife.asp। আহৰণ কৰা হৈছে: 31 January 2014. 

লগতে চাওক

  • Adams, William Mark (2004). Against Extinction: The Story of Conservation. প্ৰকাশক London Sterling, VA: Earthscan. ISBN 978-1-84407-055-8. 
  • Boardman, Robert (2006). The International Politics of Bird Conservation: Biodiversity, Regionalism And Global Governance. প্ৰকাশক Cheltenham, UK Northampton, MA: Edward Elgar Publishing. ISBN 978-1-84542-403-9. 
  • Penna, Anthony N. (1999). Nature's Bounty: Historical and Modern Environmental Perspectives. প্ৰকাশক Armonk, N.Y. U.S.A.: M. E. Sharpe. ISBN 978-0-7656-0187-2. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]