ৰাম প্ৰবেশ মণ্ডল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৰাম প্ৰবেশ মণ্ডল
মানিকচকৰ বিধায়ক
কাৰ্যকাল
১৯৯৬ – ২০০১
পূৰ্বসূৰী সুবোধ চৌধুৰী
উত্তৰসূৰী অসীমা চৌধুৰী
ব্যক্তিগত তথ্য
মৃত্যু ২৩ জুন ২০১৮
ৰাজনৈতিক দল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ

ৰাম প্ৰবেশ মণ্ডল পশ্চিমবঙ্গৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেখেত ১৯৯৬ চনত পশ্চিমবঙ্গ বিধানসভালৈ মানিকচকৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।[1] ২০১৮ চনৰ ২৩ জুনত তেখেতৰ মৃত্যু হয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]