ৰাষ্ট্ৰীয় একতা দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় একতা দিৱস
{{{holiday_name}}}
PM Modi flags off the Run For Unity on Sardar Patel Jayanti
মহত্ব বল্লভভাই পেটেলৰ জন্ম দিৱস উদযাপন
তাৰিখ ৩১ অক্টোবৰ
অৱধি এদিন
সংঘটন বাৰ্ষিক

ৰাষ্ট্ৰীয় একতা দিৱস (ইংৰাজী: Rashtriya Ekta Diwas) হ'ল চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে সূচনা কৰা এটা দিৱস। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। প্ৰতি বছৰে ৩১ অক্টোবৰত অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম তিথিত এই দিৱস পালন কৰা হয়।[1]

তাৎপৰ্য্য[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Observance of the Rashtriya Ekta Diwas on 31st October". প্ৰকাশক New Delhi: National Informatics Centrepib.nic.in. 24 October 2014. http://pib.nic.in/newsite/PrintRelease.aspx?relid=110785। আহৰণ কৰা হৈছে: 18 October 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]