ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
অৱয়ব
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
"ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" প্ৰতি বছৰৰ ১৬ নৱেম্বৰ তাৰিখে পালন কৰা হয়। সংবাদ মাধ্যমসমূহ মে এটি মুক্ত আৰু দায়িত্বশীল অনুষ্ঠান তাকে স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয়। আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এক নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমবোৰে সঠিক মানদণ্ড বজাই ৰাখে আৰু কোনো প্ৰভাৱ বা ভাবুকিৰ দ্বাৰা প্ৰভান্বিত নহয়। ১৯৯৭ চনৰ পৰা, এই কাউন্সিলে প্ৰাসঙ্গিক বিষয়বস্তুৰ সৈতে সংগতি ৰাখি আলোচনাচক্ৰ অনুষ্ঠিত কৰি এই প্ৰেছ দিৱস পালন কৰি আহিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক](১) https://newsonair.gov.in/News?title=National-Press-Day-being-observed-today&id=450931, বাতৰি বিভাগ, আকাশবাণী দিল্লী।