ৱিকিচ'ৰা:অসম/শেহতীয়া ঘটনাৱলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • ৯ নৱেম্বৰ, ২০১৬: ক'লা ধন ৰোধ কৰিবলৈ ৫০০ আৰু ১০০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণ কৰা হয়।
  • নতুনকৈ প্ৰচলন হোৱা ২০০০ টকীয়া মুদ্ৰাত কোনো মাইক্ৰ' ছিপ নাই বুলি বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে স্পষ্ট কৰি দিয়ে।