ৱিকিচ'ৰা আলোচনা:অৰ্থকোষ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


এই প্ৰকল্প পৃষ্ঠাত খেলিমেলিবোৰ দূৰ কৰা হেতুকে সংলগ্ন পৃষ্ঠাবোৰ নতুনকৈ গঢ়িব লাগিব যেন পাইছো| প্ৰশাসকসকলে মন দিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:24, 6 মাৰ্চ 2012 (UTC)
আজি কামটো আধৰুৱাকৈ এৰিলো| কাইলৈ আকৌ লাগিম| প্ৰশাসকসকলক Glossary নামেৰে Delete শ্ৰেণীত থকাবোৰ সোনকালে বিলোপ কৰি মোক পৃষ্ঠাখন মেৰামতি কৰাত সুবিধা প্ৰদান কৰি দিব বুলি আশা কৰিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:07, 6 মাৰ্চ 2012 (UTC)

ৰাজনীতি[সম্পাদনা কৰক]

Democracy : গণতন্ত্ৰ Republic : প্ৰজাতন্ত্ৰ Kingdom : ৰাজতন্ত্ৰ United nations: ৰাষ্ট্ৰসংঘ League of Nations: জাতিসংঘ Monarchy: Aristocracy : আমোলাতন্ত্ৰ Autocracy: স্বৈৰতন্ত্ৰ