ৱিকিপিডিয়া বাৰ্তা:অৰ্থকোষ/অৰ্থকোষৰ সূচী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰতিটো বিষয়ৰে বেলেগ বেলেগ পৃষ্ঠা কৰাতকৈ মোৰ মতে একেখন পৃষ্ঠাতে আটাইবোৰ হৈ যাব লাগে। -- গীতাৰ্থ বৰদলৈ (talk) 16:26, 19 মাৰ্চ 2012 (UTC)

কথাটো হয়| ম‍ই আচলতে আগৰখনৰ দৰেই এইবোৰ প্ৰস্তুত কৰিছিলো| সেয়ে কথাটো ভবাই ন’হল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:56, 19 মাৰ্চ 2012 (UTC)