ৱিকিপিডিয়া:একাউণ্ট কিয় খুলিব লাগে?

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপুনি বিকিপিডিয়া পঢ়িবলৈ ৱিকিপিডিয়াত প্ৰৱেশ কৰা আৱশ্যক নহয়। আপুনি সম্পাদনা কৰিবলৈও প্ৰৱেশ কৰা আৱশ্যক নহয়— যিকোনো ব্যক্তিয়ে যিকোনো বিষয় প্ৰৱেশ নকৰাকৈয়ে সকলো সময়তে সম্পাদনা কৰিব পাৰে, আৰু বহুতো পুৰণি অৱদানকাৰীয়ে প্ৰৱেশ নকৰাকৈয়ে ৱিকিপিডিয়াত সম্পাদনা কৰে| Nevertheless, creating an account is quick, free and non-intrusive, and it's generally considered a good idea to do so for a variety of reasons.

সদস্যনামৰ পঞ্জীয়ন কৰা বাধ্যতামূলক নহয়, কিন্তু এনে কৰিবলৈ উৎসাহ যোগোৱা হয়। তাৰ বাবে আপুনি নিজৰ নাম বা কোনো ব্যক্তিগত তথ্য দিব নালাগে।

পঞ্জীয়ন নকৰালৈও সকলোৱে ৱিকিপিডিয়ালৈ বৰঙণি যোগাব পাৰে। কিন্তু সদস্যনাম এটা পঞ্জীয়ন কৰাৰ কিছুমান লাভ আছে:

  • নতুন প্ৰবন্ধ সৃষ্টি কৰিব পৰা।
  • একাউণ্ট এটা থাকিলে বহু অতিৰিক্ত সুবিধা পোৱা যায়, যেনে অধিক সম্পাদনা বিকল্প আৰু নিজা পছন্দৰ তালিকা। আন এক সুবিধা হ'ল লক্ষ্যতালিকা য'ৰপৰা আপুনি আপোনাৰ আগ্ৰহ থকা পৃষ্টাসমূহ নিৰীক্ষণ কৰিব পাৰিব। একাউণ্ট থাকিলে পৃষ্ঠা স্থানান্তৰ বা পুনৰ-নামাকৰণ কৰিব পাৰিব। (কেৱল কপী-পেষ্ট কৰি পৃষ্ঠা স্থানান্তৰ নকৰিব কাৰণ তেতিয়া পৃষ্ঠা ইতিহাস সংৰক্ষিত হৈ নাথাকে। তাৰ সলনি ৰাইজৰ চ'ৰাত এজন পঞ্জীভুক্ত সদস্যৰ সহায় বিচাৰক।)
  • এজন অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীক বৰঙণি বা মন্তব্যৰ স্বাক্ষৰৰ ক্ষেত্ৰত তেওঁৰ কম্পিউটাৰৰ আই পি ঠিকনাৰে চিনাক্ত কৰা হয়। আপোনাৰ কম্পিউটাৰৰ আই পি ঠিকনাৰ যোগেদি আপোনাৰ বিষয়ে তথ্য জানিব পৰা যায়, সেইবাবে পঞ্জীয়ন কৰিলে আপোনাৰ গোপনীয়তা বৃদ্ধি পায়। আকৌ আই পি ঠিকনা প্ৰায়েই সলনি হয় বাবে অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীয়ে আন সম্পাদকৰ পৰা সন্মান আৰু স্বীকৃতি লাভ কৰিবলৈ অলপ টান হয়। তেনে অ-পঞ্জীভুক্ত সদস্যৰ অদ্বিতীয় আলোচনা পৃষ্ঠা নাথাকে বাবে তেওঁলোকৰ লগত বাৰ্তালাপ কৰা জটিল। গতিকে ৱিকিপিডিয়াত কৰা সম্পাদনা আৰু মন্তব্যৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশৰ বাবে বহু ৱিকিপিডিয়ানে পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ অৰ্থ এয়েই যে প্ৰবন্ধ বা আলোচনা পৃষ্ঠাত আপোনাৰ বৰঙণিক অধিক গুৰুত্ব দিয়া হ'ব।
  • এই পৃষ্ঠাখনৰ নিচিনা কিছুমান পৃষ্ঠাত সম্পাদনা কৰিবলৈ সদস্যজন স্বয়ংনিশ্চিত হ'ব লাগিব। ৱিকিপিডিয়াত কমেও চাৰিদিন থকা আৰু দহটা সম্পাদনা কৰা সদস্যক এই সুবিধা দিয়া হয় কিন্তু অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীক দিয়া নহয়, লাগিলে তেওঁ যিমানেই সম্পাদনা নকৰক।
  • কেৱল পঞ্জীভুক্ত সদস্যকহে প্ৰশাসক (Sysop বুলিও কোৱা হয়) হ'বলৈ অনুমতি দিয়া হয়।

পঞ্জীয়ন কৰিলে আপোনাৰ সদস্যনাম আৰু গুপ্তশব্দ নাপাহৰিব। যদি আপুনি এইবোৰ বস্তু সতকাই পাহৰে, তেন্তে পঞ্জীয়ন কৰোঁতে আপোনাৰ ইমেইল ঠিকনাটো দিব যাতে আপুনি এতিয়াৰ গুপ্তশব্দ পাহৰিলে নতুন এটা পঠিয়াই দিব পৰা যায়।

কেনেকৈ পঞ্জীয়ন কৰিব[সম্পাদনা কৰক]

পঞ্জীয়ন কৰিবলৈ ওপৰৰ লিংকটোত বা যিকোনো পৃষ্ঠাৰ সোঁকাষে ওপৰত থকা প্ৰৱেশ/সদস্যভুক্তি লিংকটোত ক্লিক কৰক।

এবাৰ বাচি লোৱাৰ পিছত আপোনাৰ সদস্যনাম (সহজে) সলাব নোৱাৰিব। গতিকে সদস্যনাম সৃষ্টি কৰাৰ আগতে সদস্যনাম নীতি পঢ়ি লোৱাটো জৰুৰী।

চমুপথ:
WP:WHY
WP:REG
WP:ACCOUNT
WP:WCAA
WP:WCAA?

অৱৰুদ্ধিত?[সম্পাদনা কৰক]

ভাগ-বতৰা কৰা আই পি ঠিকনা such as school and company networks or proxy servers are frequently blocked for vandalism which often affects many innocent editors on the same network. However, registered users in good standing can request existing blocks on their IP address be modified to only affect anonymous editors so that they can continue contributing to Wikipedia. If you are currently blocked from creating an account, we suggest you do one of the following:

  • Try again after the block on your IP address expires. Go to my contributions and follow the Block log link at the top of that page to find the length of the block.
  • Create an account at home and then log in at your school or workplace, if you are blocked there or vice versa.
  • Ask a trusted friend on a different network to create an account for you. Be sure to change your password once you are logged in.
  • Use Wikimedia's secure server at https://secure.wikimedia.org/. You may be able to bypass your network's proxy server this way.

লাভালাভৰ সাৰংশ[সম্পাদনা কৰক]

একাউণ্টৰ সৈতে উপভোক্তালৈ সক্ষমতা প্ৰদান কৰে[সম্পাদনা কৰক]

অন্য লাভালাভ[সম্পাদনা কৰক]

  • আপোনৰ পছন্দৰ এটা উপভোক্তা নাম ব্যৱহাৰ কৰাৰ লগে লগে, আপোনাক প্ৰদান কৰে যে, এইটো সঠিক আৰু উপলভ্য
  • আপোনাৰ সকলোঁ অৱদানৰ সক্ষমতা সহজভাৱেই "মোৰ অৱদানসমুহ" লিংকৰ জৰিয়তে সমীক্ষা কৰিব পাৰিব
  • আপোনাৰ ব্যক্তিগত ৱিকিপিডিয়া পৃষ্ঠা ৱাটচলিষ্ট ব্যৱহাৰ কৰি আপুনি আপোনাৰ পছন্দৰ প্ৰৱন্ধ সংযোগ কৰিব পাৰিব
  • The ability to customize the appearance and behavior of the website for your viewing.
  • The right to be heard in elections and have your vote count.
  • Your IP address will no longer be visible to other users meaning you will have greater privacy. (Though your IP address is still saved and accessible to users with Checkuser permission, it is rare for this to be used.)

লাভালাভ বিস্তৃতভাৱে[সম্পাদনা কৰক]

উপভোক্তা নাম[সম্পাদনা কৰক]

যদি আপুনি এটা একাউণ্ট সৃষ্টি কৰে, আপুনি এটা উপভোক্তা নাম লাভ কৰিব ইয়াক উপলভ্য আৰু অনন্য হিচাপে প্ৰদান কৰে. আপুনি ল'গইন কৰাৰ পিছত সম্পাদনাই সেই নামটো আৰোপ কৰিব. ইয়াৰ অৰ্থ হ'ল এই ইতিহাস পৃষ্ঠাত আপোনাৰ অৱদানসমূহৰ কাৰণে সম্পূৰ্ণ যোগ্যতা লাভ কৰিলে (যেতিয়া ল'গইন নকৰিব, সম্পাদনাই আপোনাৰ কেৱল IP ঠিকনাটোহে আৰোপ কৰে). আপুনি ইয়াৰোপৰি "মোৰ অৱদানসমুহ" লিংকত ক্লিক কৰি আপোনাৰ সকলো অৱদান চাব পাৰে, এয়া কেৱল আপুনি ল'গইন কৰাৰ পিছতহে দৃশ্যমান হ'ব.

আপোনাৰ নিজৰ পুৰণি স্থায়ী উপভোক্তা পৃষ্ঠা থাকিব য'ত আপুনি আপোনাৰ বিষয়ে বহলভাৱে লিখিব পাৰে. যেতিয়া ৱিকিপেদিয়া মুখ্যপৃষ্ঠা প্ৰদানকাৰী নহয়, আপুনি ইয়াক কিছুমান ছবি প্ৰদৰ্শন আৰু আপোনাৰ অভিৰুচি আদি লিখাৰ বাবে ব্যৱহাৰ কৰিব পাৰে. বহুতো উপভোক্তাই তেওঁৰ উপভোক্তা পৃষ্ঠাটো তেওঁ ভাল পোৱা প্ৰৱন্ধৰ তালিকা ৰাখিবৰ বাবে বা ৱিকিপেদিয়াৰ পৰা মূল্যবান তথ্য সংগ্ৰহ কৰিবৰ বাবে ব্যৱহাৰ কৰে.

আপোনাৰ স্থায়ী উপভোক্তা কথা-বতৰা পৃষ্ঠা আছে. আপুনি অন্য উপভোক্তাৰ লগত যোগাযোগ কৰিব পাৰে. আপোনাৰ কথা-বতৰা পৃষ্ঠাত কোনোবাই বাৰ্তা লিখিলে আপোনাক দেখুওৱা হ'ব. যদি আপুনি এটা ই-মেইল ঠিকনা পছন্দ কৰে, অন্য উপভোক্তাই ই-মেইলৰ জড়িয়তে আপোনাৰ লগত যোগাযোগ কৰিব পাৰিব. এই সুবিধাটো বেনামী, আন সদস্যই আপোনাৰ চিনাকি নোপোৱাকৈয়ে আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব। This feature is anonymous; the user who emails you will not know your e-mail address.

Reputation and privacy[সম্পাদনা কৰক]

You don't need to reveal your offline identity, but having an account gives you a fixed Wikipedia identity that other users will recognize. While we welcome anonymous contributions, logging in lets you build trust and respect through a history of good edits. It is also easier to communicate and collaborate with an editor if we know who you are (at least, who you are on Wikipedia). It is also easier for veteran users to assume good faith from new users who take the effort to create an account (and you may well become a veteran user yourself some day!). You may well be afforded a great deal less leeway if you do not go to the trouble of making up a username.

Please understand that Wikipedia gets vandalized, spammed, and information gets uploaded by people who just want to advertise. Information sources need to be verified and Wikipedia needs a way to distinguish reliable contributors and sources.

If you are not logged in, all your edits are publicly associated with your IP address at the time of that edit. If you log in, all your edits are publicly associated with your account name, and are internally associated with your IP address. See Wikipedia's privacy policy for more information on this practice.

You are actually more anonymous (though more pseudonymous) logged in than you are as an "anonymous" editor, owing to the hiding of your IP. You might want to consider various factors, including privacy and the possibility of offline harassment, when selecting a username.

The privacy implications of this vary, depending on the nature of your Internet Service Provider, local laws and regulations, and the nature and quantity of your edits to Wikipedia. Be aware that Wikipedia technologies and policies may change.

New editing options[সম্পাদনা কৰক]

The MediaWiki software that powers Wikipedia provides several features only registered users can use. Registered users may mark edits as "minor." Editors can choose to filter minor edits from the list of recent changes. Anonymous members don't have the privilege to mark edits as minor because the persons behind the IP Address can be multiple users, so a basis of trust cannot be built.

One very important feature which active contributors will likely use a lot are watchlists. You will get a new link "Watch this page" (or a new tab "watch") on every page you view. If you click that link, a page will be added to your watchlist. This list is basically a filtered view of the "Recent changes" page which shows only changes that were recently made to items in your watchlist. This way you can keep track of pages you work on without having to follow all changes.

To maintain structure and consistency on Wikipedia, only registered users can create or rename pages.

Also, you must be logged in if you want to upload images.

WikiProject User scripts provides various user scripts for registered users that automate mundane processes, increasing efficiency and effectiveness, and strengthen the browsing and editing experience.

Many user preferences[সম্পাদনা কৰক]

Aside from these features, you can customize the way MediaWiki behaves in great detail by altering your Preferences at special:preferences. There you can change the following display settings:

  • Under skin: choose between various options as to the appearance of the website.
  • Under math: how mathematical formulas are displayed.
  • Under files: how large image thumbnails are displayed

And various editing preferences:

  • How to sign your name
  • How large the editing box should be
  • How pages should be displayed in recent changes
  • and many others (they're pretty self-explanatory),

ইয়াকো চাওক[সম্পাদনা কৰক]