ৱিকিপিডিয়া:চাংঘৰ/Host start
অৱয়ব
চাংঘৰলৈ স্বাগতম!
ৱিকিপিডিয়াৰ ব্যৱহাৰ আৰু সম্পাদনাৰ ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ সহায়ৰ বাবে আপোনাৰ প্ৰিয় স্থান।
ৱিকিপিডিয়াৰ ব্যৱহাৰ আৰু সম্পাদনাৰ ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ সহায়ৰ বাবে আপোনাৰ প্ৰিয় স্থান।
ৱিকিপিডিয়াত নতুন? আমাৰ ৱিকিপৰিচয় অথবা কেনেকৈ অৱদান আগবঢ়াব তাকে চাওঁক।
টোকা: নতুন প্ৰশ্নবোৰ চাংঘৰৰ তলত দূশ্যমান হ'ব। সম্পূৰ্ণ কৰা প্ৰশ্নসমূহ সাধাৰণতে আৰ্কাইভ কৰা হ'ব পাৰে।
টোকা: নতুন প্ৰশ্নবোৰ চাংঘৰৰ তলত দূশ্যমান হ'ব। সম্পূৰ্ণ কৰা প্ৰশ্নসমূহ সাধাৰণতে আৰ্কাইভ কৰা হ'ব পাৰে।
নমস্কাৰ! তলত দিয়া ধৰণে আপুনি চাংঘৰৰ
সহায়ক হ'ব পাৰিব:আপুনিয়েই সেইজন নে?
- »ৱিকিপিডিয়াই কেনেকৈ কাম কৰে বুজি পোৱা এজন সম্পাদক?
- »নতুন মানুহক স্পষ্ট আৰু বন্ধুত্বপূৰ্ণভাৱে সহায় কৰে?
- » চাংঘৰ প্ৰজেক্টৰ সৈতে পৰিচিত?
- »ইয়াত কমেও ৩০ দিন আছে আৰু প্ৰায় ৫০০টা মেইনস্পেচ সম্পাদনা কৰিছে?
- »আমাৰ 'প্ৰত্যাশাসমূহ অনুসৰণ কৰি সুখী?
- »ইতিমধ্যে যোগদানকাৰী হিচাপে চাইন-আপ কৰাৰ আগতে এটা বা দুটা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছেনে?
মই প্ৰতিজ্ঞা কৰিছোঁ যে:
- ৱিকিপিডিয়াত আনৰ সৈতে ভাল ব্যৱহাৰ কৰিম, প্ৰশ্নোত্তৰ ব'ৰ্ডত নবাগতসকলক আদৰণি জনাম, আনৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু ধৈৰ্য্যশীলভাৱে কথা পাতিম, আৰু চাংঘৰৰ নীতি-নিয়ম অনুসৰণ কৰিম।