- তথ্যকেন্দ্ৰ হৈছে এখন পুথিভঁৰালৰ মেজৰ নিচিনা য'ত আপুনি ৱিকিপিডিয়াৰ বাহিৰে যিকোনো বিষয়ৰ প্ৰশ্ন সুধিব পাৰিব। তাত থকা সম্পাদকসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব, বা আপোনাক সঠিক ঠাইলৈ আঙুলিয়াই দিব।
যেনে- "টেষ্ট ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত ৰাণ কাৰ নামত আছে?"
- তথ্যকেন্দ্ৰক কেইবাটাও বিষয় ভাগত ভগোৱা হৈছে:
- কম্পিউটিং – মনোৰঞ্জন – ভাষা – মানৱ বিজ্ঞান – গণিত – বিজ্ঞান
- আপুনি যদি সঠিক পৃষ্ঠা সম্পৰ্কে নিশ্চিত নহয় তেন্তে বিবিধ পৃষ্ঠাখন ব্যৱহাৰ কৰক।
- প্ৰতিটো প্ৰবন্ধৰে নিজা আলোচনা পৃষ্ঠা আছে। কোনো প্ৰবন্ধৰ বিষয়বস্তু সম্পৰ্কে প্ৰশ্ন কৰিবলৈ বা গঠনমূলক মতামত দিবলৈ পৃষ্ঠাখনৰ ওপৰৰ আলোচনা টেব্টোত ক্লিক কৰক। কিন্তু মনত ৰাখিব যে প্ৰবন্ধটোৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ৱিকিপিডিয়া কোনো আলোচনা সভা নহয় – মন্তব্যসমূহ প্ৰবন্ধটোৰ বিষয়বস্তুৰ ওপৰত সীমাবদ্ধ হোৱা উচিত।
|
|