ৱিকিপিডিয়া:ফাইল স্থানান্তৰকাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফাইল স্থানান্তৰকাৰী ৱিকিপিডিয়াৰ ব্যৱহাৰকাৰী অধিকাৰৰ ফাইল বিষয়ত অভিজ্ঞ ব্যৱহাৰকাৰীসকলক ফাইল স্থানান্তৰৰ অধিকাৰ দিয়া হয়। স্বয়ংক্ৰিয়ভাবে নিশ্চিতকৃত ব্যৱহাৰকাৰীসকলে ইতিমধ্যেই ৱিকিপিডিয়াত নিবন্ধ স্থানান্তৰ কৰিব পাৰে।