ৱিকিপিডিয়া:মূল শব্দৰ প্ৰয়োজন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কেতিয়াবা অনুবাদিত শব্দ বা বাক্যাংশ অপৰিচিত যেন লগা হ'ব পাৰে। যেনে উপ-প্ৰতি-সমাহৰ্তা = sub deputy collector । তেনে ক্ষেত্ৰত মূল শব্দটো বন্ধনীৰ মাজত দি দিলে পাঠকৰ সহায় হয়।