ৱিকিপিডিয়া:সম্পাদনাৰ কাৰণে WikiEd যতন কেনেকৈ ব্যৱহাৰ কৰিব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাধাৰণতে Mediawiki (Wikipedia-ৰ চফ্টৱেৰ)-অত সম্পাদনা কৰিবৰ কাৰণে Edit Box -ত WikiEditor নামৰ আভ্যন্তৰীণ চফ্টৱেৰ (internal software) বা গেজেট (Gadget) ব্যৱহাৰ কৰা হয় (চিত্ৰ - ১)।

ইয়াৰ ঠাইত বেছি সা-সুবিধা থকা WikiEd নামৰ অন্য এটা গেজেট ব্যৱহাৰ কৰিব পাৰি।