ৱিকিপিডিয়া:ৱিকিচ'ৰা
Jump to navigation
Jump to search
![]() |
এইখন এখন তথ্য পৃষ্ঠা, ইয়াত ৱিকিপিডিয়া ব্যৱহাৰ আৰু অৰ্হতা সমন্ধীয় কিছু সমজুৱা তথ্য বৰ্ণনা কৰা হৈছে। যিহেতু ই নিজে কোনো নীতি আৰু নিৰ্দেশনা নহয়, সেয়ে অন্য ৱিকিপিডিয়া নীতি আৰু নিয়মসমূহৰ জৰিয়তে নিশ্চিত হবলৈ উপদেশ দিয়া হ'ল। যদি অন্য কোনো নীতি সম্পৰ্কীয় পৃষ্ঠাৰ লগত এই পৃষ্ঠাৰ অমিল দেখা পাইছে, তেন্তে অনুগ্ৰহ কৰি আমাক অৱগত কৰাওক। |
ৱিকিচ'ৰা হৈছে কোনো নিৰ্দিষ্ট বিষয় বা পৰিসৰ সম্পৰ্কে লিখিত প্ৰবন্ধসমূহৰ "মূখ্য পৃষ্ঠা"। কোনো ৱিকিচ'ৰা এটা বা একাধিক ৱিকিপ্ৰকল্পৰ সৈতে সম্পৰ্কীত হ'ব পাৰে; কিন্তু ৱিকিপ্ৰকল্পৰ বিপৰীতে, ইয়াক পাঠক আৰু ৱিকিপিডিয়ান দুয়োৰে বাবে সৃষ্টি কৰা হয়, আৰু প্ৰবন্ধ মনোনীত তথা সম্পাদনাৰ বাবে উদগনি জনোৱা উচিত। ৱিকিচ'ৰাবোৰ কেৱল বিশ্বকোষীয় বিষয় সম্পৰ্কে সৃষ্টি কৰা হয়, শ্ৰেণী ব্যৱস্থাপনাৰ বাবে নহয়। |