ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২১/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯০৮৯ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৪৪ খনলৈ বৃদ্ধি পালে।
* অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
- অমূল্য ৰত্ন (লেখক: মাধৱদেৱ, ১৯৪৭)
- অসমিয়া লৰাৰ মিত্ৰ (লেখক: আনন্দৰাম ঢেকিয়াল ফুকন, ১৮৪৯)
- এজন ডাক্তৰৰ কবিতা (লেখক: ৰাজীৱ কুমাৰ শৰ্মা, ২০১৭)
- কঃ পন্থাঃ (লেখক: কমলাকান্ত ভট্টাচাৰ্য্য, ১৯১৯)
- কালিকা পুৰাণ বা হৰ-গৌৰীৰ বিবাহ (লেখক: অজ্ঞাত, ১৯৫২)
- গদাধৰ (লেখক: পদ্মনাথ গোহাঞিবৰুৱা, ১৯০৭)
- চাকৰি ক’তেনো পাম (লেখক: হেমন্ত কুমাৰ শৰ্মা, ২০১৯)
- চাণক্য (লেখক: ৰামপতি, ১৯১৩)
- জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য (লেখক: সুৰেন গোস্বামী, ২০২১)
- দিহা নামৰ সম্ভাৰ (লেখক: মনােমতী বড়া, ২০১০)
- নতুন ধাৰাপাত (লেখক: ত্ৰিদশ পাঠক, ১৯৭৪)
- নিবেদন (লেখক: দুৰ্গেশ্বৰ শৰ্মা, ১৯১৫)
- বনেৰ মৰে চ'ৰা কবিতা (লেখক: হানিফ আলী, ২০২১)
- বনৰ বন্ধুৰ মনৰ খবৰ (লেখক: জীৱন মাধুৰী নেওগ বৰা, ১৯৯৮)
- বাৰাংগণাৰ জুপুৰি (লেখক: পৰী পাৰবীন, ২০১৯)
- বিৰাট পৰ্ব্ব (লেখক: কংসাৰি দেব, ১৯২৩)
- ভবিষ্যত কথা বা সন্ত-চৰিত (লেখক: কবিচন্দ্ৰ, ১৯৩১)
- মাটিৰ চাকিৰ শিখা (লেখক: হিৰণ্ময়ী দেৱী, ১৯৭৯)
- শব্দৰ এলজোলামবোৰ নৈঋতলৈ বুলি (লেখক: পৰী পাৰবীন, ২০১৬)
- শিল্পীপ্ৰাণ উমেশ বৈশ্য (লেখক: শেখৰ জ্যোতি বৈশ্য, ২০১৮)
- শ্ৰীশ্ৰীচণ্ডী (লেখক: বিপ্ৰ ৰুচিনাথ, অজ্ঞাত)
- ৰহঘৰা (দণ্ডিনাথ কলিতা) (লেখক: দণ্ডিনাথ কলিতা, ১৮৬৬ )
- ৰহস্যময় ভাৰত (লেখক: অংশুমান হাজৰিকা, ২০১৯)
- ৰাম নিৰঞ্জন ভকতি প্ৰৱাহ (লেখক: মনোমতী বড়া, ২০১৩)
- সন্তসাৰ (লেখক: ৰমানন্দ, ১৯১৫)
- স্বাগতম পৰীক্ষা (লেখক: জয়ন্ত কুমাৰ শৰ্মা, ১৯৯৬)
- সাধনা (লেখক: দণ্ডিনাথ কলিতা, ১৯২৮)
- সুৰ বিচাৰি বাৰ বছৰ (লেখক: উমেশ বৈশ্য, ২০১০)
- হাতেম তাই (লেখক: নবীনচন্দ্ৰ বৰদলৈ, ১৯৬১)
- হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ (লেখক: হিৰণ্ময়ী দেৱী, ১৯৯৯)
- হৃদয়ৰ অৰণ্যত (লেখক: হিৰণ্ময়ী দেৱী, ১৯৯০)
- সীতা হৰণ নাটক (লেখক: দুগ্ধনাথ খাউন্দ, ১৯০৮)
- অসমীয়া সাহিত্যৰ চানেকি (দ্বিতীয় খণ্ড, চতুৰ্থ ভাগ) (লেখক: সন্মিলিত, ১৯১০)
- চন্দ্ৰাৱলী (লেখক: দুৰ্গেশ্বৰ শৰ্মা, ১৯২৪)
- মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত (লেখক: দৈত্যাৰি ঠাকুৰ, ১৯৩৭)
- নামতি (লেখক: দুৰ্গানাথ বৰুৱা, ১৯৪৮)
- ভগৱান বুদ্ধ (লেখক: ধৰ্ম্মানন্দ কোসম্বী, ১৯৫৯)
- শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ (লেখক: কবি সুচণ্ডাই, ১৯২৮)
- শ্ৰীশ্ৰীশঙ্কৰদেৱ (লেখক: ভূষণ দ্বিজ কবি, ১৯২৫)
- শ্ৰীৰাম-কীৰ্ত্তন বা অনন্ত ৰামায়ণ (লেখক: অনন্ত ঠাকুৰ আতা, ১৯২৫)
- ৰূদ্ৰ যামল (লেখক: পুৰুষোত্তম, ১৯০৮)