ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২১/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এবিধ বিলুপ্তপ্ৰায় খেতিৰ সঁজুলি, দোণ। বাঁহৰ সৰুকৈ তোলা কাঠিৰে বোৱা আৰু বেতৰ তমালেৰে গাঁঠি দি তৈয়াৰ কৰা দোণ হৈছে সৰু খৰাহী আকৃতিৰ এবিধ সামগ্ৰী। ইয়াৰ সহায়ত ধান জোখা হৈছিল।
আলোকচিত্ৰ শিল্পী: প্ৰণৱ জ্যোতি