ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৪/নিৰ্বাচিত চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ নীলাচল উৰণ সেতুৰ এক পেনোৰামিক দৃশ্য। মালিগাঁও চাৰিআলিৰ পৰা কামাখ্যা মন্দিৰ পথৰ তিনিআলি সংযোগী ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত উৰণ সেতুখন অসমৰ আটাইতকৈ দীঘলীয়া উৰণ সেতু।
চিত্ৰ শিল্পী: বিক্ৰমজিৎ কাকতী