ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৩/নিৰ্বাচিত উদ্ধৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

(আগৰ দিনত প্ৰতিসাজ ভাতৰ চাউল ঢেঁকীত ধান বানি উলিয়াব লাগিছিল। ঘৰৰ সদস্য যিমান বেছি হয় সিমান বেছি চাউলৰ প্ৰয়োজন হয়। সেয়ে, বেছি সংখ্যাৰ মানুহ থকা ঘৰত ছোৱালী দিলে ঢেঁকীত ধান বানি বানি সোনকালে স্বাস্থ্য ক্ষয় নিয়াব বুলি কোৱা হয়।)