ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১৯/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬,১৬২ টালৈ বৃদ্ধি পালে।
- ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ বাবে চলি আছে ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০। বৰ্তমানলৈকে এই মেলাৰ জড়িয়তে অসমীয়া ৱিকিপিডিয়াত ১৫৪ টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে আৰু ৭ টা প্ৰবন্ধ বিস্তাৰ কৰা হৈছে। অসমীয়া ভাষাৰ প্ৰবন্ধ সৃষ্টি বা বিস্তাৰত আপুনিও সহযোগ কৰক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। সময়সীমা: ১০ অক্টোবৰ, ২০১৯ - ১০ জানুৱাৰী, ২০২০
- ৱিকিকমন্স আৰু অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২২৩ খনলৈ বৃদ্ধি পালে।
- ৱিকিউৎসত নৱেম্বৰ, ২০১৯ মাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-
নবীনচন্দ্ৰ বৰদলৈৰ
- গৃহ-লক্ষ্মী (মুদ্ৰণ সংশোধন বাকী আছে)
- কৃষ্ণ লীলা (মুদ্ৰণ সংশোধন বাকী আছে)
আনন্দচন্দ্ৰ আগৰৱালাৰ
- অসম সাহিত্য সভাৰ ষষ্ঠদশ বাৰ্ষিক সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ অভিভাষণ ( মুদ্ৰণ সংশোধন বাকী আছে)
- অসমীয়া আদি পাঠ (মুদ্ৰণ সংশোধন বাকী আছে)