ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২০/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭,৪৯৬ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৮৫ খনলৈ বৃদ্ধি পালে।
- অনলাইন আলোচনা আৰু প্ৰশিক্ষণ:
- Assam Association of North America-ই ৮ নৱেম্বৰ দেওবাৰে সন্ধিয়া ৯-৩০ বজাত অসমীয়া ৱিকিপিডিয়াৰ এখন অনলাইন কৰ্মশালাৰ আয়োজন কৰে।
- ভাৰতীয় দ্বিতীয় ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা উপলক্ষে নৱেম্বৰ,২০২০ মাহত অসমীয়া ৱিকিউৎসত ত্ৰিশৰো অধিকসংখ্যক গ্ৰন্থ উপলব্ধ কৰা হয়৷