ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২০/এপ্ৰিল মাহৰ বিশেষ অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২ আৰু ৩ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত মহাত্মা গান্ধী সম্পাদনা মেলাত অসমীয়া ৱিকিপিডিয়াৰ ৭ জন সদস্যই ৫১ টা প্ৰবন্ধৰ সৃষ্টি কৰি শীৰ্ষত থাকে।
সক্ৰিয় সদস্য দিব্য দত্তই বৰ্তমানলৈকে নতুন প্ৰবন্ধ সৃষ্টিত পঞ্চ শতক আৰু ঈশান জ্যোতি বৰাদ্বিশতক সম্পূৰ্ণ কৰে।