ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০২৩/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১১,৬৫২ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৫৯ খনলৈ বৃদ্ধি পালে।
- ৩০ এপ্ৰিল তাৰিখে অসমীয়া ৱিকিমিডিয়া সমাজৰ ২০২৩ বৰ্ষৰ চতুৰ্থখন মাহেকীয়া অনলাইন সভা অনুষ্ঠিত হয়।
- অসমীয়া ৱিকিউদ্ধৃতিত সক্ৰিয় সদস্যৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পালে।