ৱিকিপিডিয়া:ৱিকিপিডিয়া দিৱস
অৱয়ব
|
|
এইখন এখন তথ্য পৃষ্ঠা, ইয়াত ৱিকিপিডিয়া ব্যৱহাৰ আৰু অৰ্হতা সমন্ধীয় কিছু সমজুৱা তথ্য বৰ্ণনা কৰা হৈছে। যিহেতু ই নিজে কোনো নীতি আৰু নিৰ্দেশনা নহয়, সেয়ে অন্য ৱিকিপিডিয়া নীতি আৰু নিয়মসমূহৰ জৰিয়তে নিশ্চিত হবলৈ উপদেশ দিয়া হ'ল। যদি অন্য কোনো নীতি সম্পৰ্কীয় পৃষ্ঠাৰ লগত এই পৃষ্ঠাৰ অমিল দেখা পাইছে, তেন্তে অনুগ্ৰহ কৰি আমাক অৱগত কৰাওক। |

১৫ জানুৱাৰী দিনটো ৱিকিপিডিয়ানসকলৰ মাজত ৱিকিপিডিয়া দিৱস হিচাপে পৰিচিত। ২০০১ চনৰ এই দিনটোতেই, নিউপিডিয়াত পাঁচ দিন কটোৱাৰ পাছত, ৱিকি-ভিত্তিক ৱিকিপিডিয়া প্ৰকল্পসমূহ সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। কিছু বছৰ আগৰ পৰা অনলাইন আৰু অফলাইন উভয় মাধ্যমেৰে ৱিকিপিডিয়া দিৱস পালন কৰি অহা হৈছে। ২০১১ চনত দশম ৱিকিপিডিয়া দিৱস (ৱিকিপিডিয়া ১০) গোটেই বিশ্বত ডাঙৰকৈ উদযাপন কৰা হৈছিল আৰু এই পৰম্পৰা বিভিন্ন স্থানীয় সন্মিলন তথা ৱিকি-ইভেন্টৰ সৈতে ৱিকিপিডিয়া দিৱস উপলক্ষে ২০১২ চনৰ ১৫ জানুৱাৰী, ৰবিবাৰ পৰ্যন্ত অব্যাহত আছিল।
ৱিকিপিডিয়া দিৱস ২০১৭
[সম্পাদনা কৰক]২০১৭ চনৰ ১৫ জানুৱাৰী, ৰবিবাৰে ১৬ বছৰ গৰকা ৱিকিপিডিয়াই ৱিকিপিডিয়া দিৱস উদযাপন কৰে।
বিভিন্ন চহৰত পৰিকল্পিত আয়োজনসমূহ:
- আক্ৰা (জানুৱাৰী ২১)
- কলম্বাছ, ওহিঅ' (জানুৱাৰী ১৮)
- লছ এঞ্জেলছ (ফেব্ৰুৱাৰী ১৯)
- নিউ ইয়ৰ্ক নগৰ (জানুৱাৰী ১৫)
- ছান ফ্ৰানছিস্কো (জানুৱাৰী ১৫)
- ছিয়াটল (জানুৱাৰী ১৫)
ৱিকিপিডিয়া দিৱস ২০১৬
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০১৫
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০১৪
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০১৩
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০১২
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০১১
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০১০
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০৯
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০৮
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০৭
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০৬
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০৫
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০৪
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০৩
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০২
[সম্পাদনা কৰক]ৱিকিপিডিয়া দিৱস ২০০১
[সম্পাদনা কৰক]