ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প শিক্ষা
অৱয়ব
এইখন এখন ৱিকিপ্ৰকল্প পৃষ্ঠা। ৱিকিপ্ৰকল্প বা ৱিকিপ্ৰজেক্ট হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰা -অৰ ওপৰত মনোনিৱেশ কৰে।
ৱিকিপ্ৰকল্প পৃষ্ঠাসমূহ প্ৰবন্ধ লিখাৰ স্থান নহয়, কিন্তু প্ৰবন্ধ লিখাৰ প্ৰবন্ধনত সহায় কৰা পৃষ্ঠা। এই পৃষ্ঠাসমুহে বিভিন্ন প্ৰকাৰে সম্পাদকসকলক সম্পৰ্কিত প্ৰবন্ধসমূহ লিখাত বা কাৰ্য্যসমূহ কৰাত সহায় কৰে। বৰ্তমান থকা ৱিকিপ্ৰকল্পসমূহৰ তালিকা চাবলৈ ৱিকিপ্ৰকল্প পৃষ্ঠালৈ যাওক। |
লক্ষ্য
[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়াত উন্নত মানৰ শিক্ষা সম্পৰ্কীয় প্রবন্ধ যোগ কৰা। প্রবন্ধসমূহৰ মান B Ed পৰ্যায়লৈ উন্নীত কৰা উচিত।
প্রস্তাবিত আঁচনী
[সম্পাদনা কৰক]প্রথমতে সদস্যবৃন্দই শিক্ষা প্রবন্ধটো ভালদৰে লিখোঁ আৰু উন্নত কৰোঁ। লগতে আমি লিখিবলগীয়া বিষয়সমূহ [[বিষয়]] এনেকৈ লিখি যাম। যদি বিষয়টো নাথাকে তেন্তে তাক ৰঙা লিংকত দেখা যাব। ইচ্ছুক সদস্যসকলে সেই প্রবন্ধ লিখিব পাৰে, বা ইতিমধ্যে থকা প্রবন্ধবোৰো উন্নত কৰিব পাৰে। এনেদৰে ৰঙা লিংকো বাঢ়ি গৈ থাকিব আৰু তেনেদৰে প্রবন্ধৰো সংখ্যা বাঢ়ি গৈ থাকিব বুলি আশা কৰা গ'ল।
"শিক্ষা" প্রবন্ধলৈ যাবলৈ ইয়াত ক্লিক কৰক
সদস্য
[সম্পাদনা কৰক]- প্রভাকৰ শৰ্মা নেওগ (talk) 04:46, 5 আগষ্ট 2012 (UTC)