ৱিকিপিডিয়া:Assam Outreach/Workshops

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৰ্মশালা Workshops[সম্পাদনা কৰক]

The following discussion is imported from Facebook Assamese Wikipedia Community group's wall. প্রভাকৰ শৰ্মা নেওগ 06:14, 17 ডিচেম্বৰ 2011 (UTC)

Gitartha Bordoloi আজি চিজু এলেক্সৰ সৈতে অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে অলপ আলোচনা কৰিলোঁ।

  • আমি অতি সোনকালেই অসমীয়া ৱিকি কৰ্মশালা এখন আয়োজন কৰাৰ কথা ভাবিব পাৰোঁ। প্ৰথমে গুৱাহাটীৰ কথা চিন্তা কৰা হৈছে। গুণদীপ দাই ডিব্ৰুগড়ত এখন পাতিবৰ বাবেও যো-জা কৰিব পাৰে। মই জানুৱাৰীৰ শেষৰফালেহে সময় উলিয়াব পাৰিম। তাৰ আগতেও কোনোবাই ইচ্ছা কৰিলে আগবাঢ়ি আহিব পাৰে। ৱিকিমিডিয়া ফাউণ্ডেছনে তাৰ বাবে সাধ্যানুসৰি সহায় কৰিব। জানুৱাৰীৰ শেষৰফালে হ'লে হিমজ্যোতি তালুকদাৰ দাই "এনাজৰী"ৰ সদস্যসকলৰ লগত কৰ্মশালাৰ বাবে লাগি-ভাগি দিব পাৰিব জনাইছে।
  • অসমৰ বাতৰি-কাকতত এই গোটৰ ভাল লিখকসকলে অসমীয়া ৱিকিপিডিয়াৰ আৱশ্যকতা আৰু অৱস্থা সম্পৰ্কে লিখি অলপ জনসজাগতাৰ ওপৰত জোৰ দিয়াতো ভাল হ'ব।
  • ফে'চবুকৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ বিভিন্ন আলোচনাৰ বাবে এখন মেইলিং লিষ্ট তৈয়াৰ কৰিলে ফে'চবুক ব্যৱহাৰ নকৰাসকলৰ বাবে সুবিধা হ'ব।

Unlike · · Unfollow Post · Wednesday at 1:07am You, Anjana Tamuli, মনোৰঞ্জন মজুমদাৰ, Gunadeep Chetia and 6 others like this.


Jyoti Prakash Nath মই গুৱাহাটী বিশ্ববিদ্যালয়ত চেষ্টা চলাই আছো, কিবা ধনাত্মক আশা দেখিলেই জনাম Thursday at 7:19pm · Like

Gunadeep Chetia ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই পাৰিম। কিন্তু ফেব্ৰুৱাৰী মাহৰ শেষৰফালে বা মাৰ্চত পৰা হ'ব। এতিয়া বিশ্ববিদ্যালয়ত পৰীক্ষা চলি আছে। জানুৱাৰী মাহত বন্ধ থাকিব।ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত আমি বেলেগ এখন কৰ্মশালা পাতি আছোঁ। অলপ প্ৰস্তুতি চলাব লাগিব। গতিকে অলপ পলম হ'ব পাৰে। কিন্তু পতাতো খাটাং। Thursday at 9:09pm · Like Prabhakar Sarma Neog মই NIT Silchar-অত লাগি আছোঁ। Thursday at 10:28pm · Like

মনোৰঞ্জন মজুমদাৰ গুৱাহাটীত হ’লে আমি আছো ৷৷৷ Thursday at 10:44pm · Like Prabhakar Sarma Neog এই লিংকত প্রপ'জেল দিব পাৰে। যদি কোনো প্রশ্ন থাকে তেন্তে Naveen Francis বা Shiju Alex ৰ লগত যোগাযোগ কৰিব পাৰে। (মইও যাম) http://wiki.wikimedia.in/Wiki_Academy

Wiki Academy - Wikimedia India Chapter wiki.wikimedia.in English অসমীয়া বাংলা मराठी ଓଡ଼ିଆ తెలుగు +/− Thursday at 11:50pm · Like · 1 ·

মনোৰঞ্জন মজুমদাৰ কৰ্মশালাখন মানে এই যে ৱিকিপিডিয়াৰ বিষয়ে মানুহক জনোৱা এয়ে নহয় জানো ৷৷৷ মই আমাৰ অ’ফিচত বিভিন্ন কামত অসমীয়া ৱিকিপিডিয়াৰ ব্যৱহাৰৰ বিষয়ে তেওঁলোকক দেখুৱাই দিছোঁ ৷ তেওঁলোকে আচৰিত হৈ গৈছে য়ে অসমীয়াতো ৱিকিপিডিয়া আছে !!! :) Thursday at 11:52pm · Unlike · 4

Chaipau Barua there exists an assamese wikipedia community google group. does it support a mailing list? Yesterday at 4:06am · Like

Chaipau Baruahttp://groups.google.com/group/assamese_wikipedia Yesterday at 4:09am · Like Prabhakar Sarma Neog ‎Gitartha Bordoloi: Great. let's do it. During Jan/Feb I'll also be relatively free. Chaipau Barua: both groups were created at the same time, during the early days of facebook. I am really glad that the effort didn't go in vain. Yesterday at 5:46am · Like · 1

Chaipau Barua‎Prabhakar Sarma Neog, it didn't, indeed! i am really enthused by the enthusiasm!! 18 hours ago · Like

Shiju Alex ‎:) So what is decided? :) glad to see that so many things are happening around Assamese. 17 hours ago · Like

Gitartha Bordoloi‎Prabhakar Sarma Neog দা: ঠিক আছে। মই ব্যস্ত থাকিম বাবে আয়োজনৰ প্ৰাথমিক কামখিনি আনে কৰিলে ভাল হয়। গুৱাহাটীত মনোৰঞ্জন মজুমদাৰ আৰু জ্যোতিপ্ৰকাশ নাথ থাকিবই। আপুনি অসুবিধা নাপাব চাগে। মনোৰঞ্জন মজুমদাৰ ডাঙৰীয়া, অকল জনালেই নহ'ব। লিখিবলৈ উদ্বুদ্ধ্ব কৰিবও লাগিব। সেই কাৰণেই কৰ্মশালাৰ কথা ভবা হৈছে। 12 hours ago · Like · 2 Prabhakar Sarma Neog ‎Shiju Alex: Jyoti Prakash Nath and Manoranjan Majumder from Guwahati are interested in arranging wiki workshop in Guwahati. Further, there is one volunteer Gunadeep Chetia from Dibrugarh. 5 hours ago · Like · 2 Prabhakar Sarma Neog Then our silent "wiki mechanic" Amlan Basumatari is already there, he can look after technical things. We have other group members like Anjal Borah, Anjana Tamuli etc are also there. Now we need a nodal person in Guwahati so that he can coo... See More 5 hours ago · Like · 1 Prabhakar Sarma Neog ‎Bishnu Saikia, tezpur and Babul Baishya from Rangia might also be interested. Anil Chandra Deka sir, may we have you with us? 5 hours ago · Like · 1

মনোৰঞ্জন মজুমদাৰ Sure. I will be there. 3 hours ago via mobile · Like

Anil Chandra Deka P.S.N.-WHY NOT ?I FEEL HONOURED.THANKS. 59 minutes ago · Like

Naveen Francis wow .. 51 minutes ago · Like Prabhakar Sarma Neog‎Anil Chandra Deka: sir, thanks. We have been trying to arrange this workshop for last 2-3 years. 38 minutes ago · Like

Anjana Tamuli ‎Prabhakar Sarma Neog, I am always with your support. I will do my best at Guwahati when you say but after 1st Jan.2012. 31 minutes ago · Like