ৱিকিপিডিয়া:একত্ৰিতকৰণ
অৱয়ব
(ৱিকিপিডিয়া:Mergingৰ পৰা পুনঃনিৰ্দেশিত)
প্ৰধান প্ৰৱন্ধ: ৱিকিপিডিয়াৰ প্ৰতিলিপি
ৱিকিপ্ৰকল্পৰ বাবে, ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প একত্ৰিতকৰণ চাওক।
এই পৃষ্ঠাটো প্ৰৱন্ধৰ একত্ৰিতকৰণৰ বিষয়ে। শ্ৰেণী একত্ৰিতকৰণৰ বাবে ৱিকিপিডিয়া:শ্ৰেণী সম্পৰ্কীয় কাৰ্যসমূহ চাওক।
"ৱিকিপিডিয়া:DA" আৰু "ৱিকিপিডিয়া:নকল প্ৰৱন্ধ"ক ইয়ালৈ পুনঃনিৰ্দেশিত কৰা হৈছে। প্ৰতিলিপিযুক্ত প্ৰৱন্ধসমূহৰ বাবে ৱিকিপিডিয়া:Content forking চাওক। বহুদিনধৰি সম্পাদনা নোহোৱা প্ৰৱন্ধৰ তালিকাৰ বাবে, ৱিকিপিডিয়া:DUSTY চাওক।
সংক্ষেপে এই পৃষ্ঠাখন:
|
এইখন এখন তথ্য পৃষ্ঠা, ইয়াত ৱিকিপিডিয়া ব্যৱহাৰ আৰু অৰ্হতা সমন্ধীয় কিছু সমজুৱা তথ্য বৰ্ণনা কৰা হৈছে। যিহেতু ই নিজে কোনো নীতি আৰু নিৰ্দেশনা নহয়, সেয়ে অন্য ৱিকিপিডিয়া নীতি আৰু নিয়মসমূহৰ জৰিয়তে নিশ্চিত হবলৈ উপদেশ দিয়া হ'ল। যদি অন্য কোনো নীতি সম্পৰ্কীয় পৃষ্ঠাৰ লগত এই পৃষ্ঠাৰ অমিল দেখা পাইছে, তেন্তে অনুগ্ৰহ কৰি আমাক অৱগত কৰাওক। |
একত্ৰিতকৰণ এটা অ-স্বয়ংক্ৰিয় পদ্ধতি যাৰ দ্বাৰা দুই বা তাতোধিক পৃষ্ঠাৰ সমলবোৰ একেটা পৃষ্ঠাতে একত্ৰিত কৰা হয়। ইয়াৰ ফলত যিবোৰ পৃষ্ঠাৰ সমল প্ৰতিলিপি কৰা হৈছে, সেই উৎস পৃষ্ঠাৰ পৰা লক্ষ্য পৃষ্ঠালৈ এটা পুনঃনিৰ্দেশনাৰ সৃষ্টি হয়।
তলত উল্লেখিতবোৰ প্ৰস্তাৱ কৰিবলৈ আলোচনা পদ্ধতি ব্যৱহাৰ নকৰিব:
- শ্ৰেণী একত্ৰিতকৰণ: শ্ৰেণী একত্ৰিতকাৰী সকলে আলোচনাৰ বাবে শ্ৰেণীসমূহ চাব পাৰে, ইয়াৰ বাবে সুকীয়া সাঁচ {{cfm}} ব্যৱহাৰ কৰা হয়।
- ইতিহাস একত্ৰিতকৰণ: এই পদ্ধতিৰ দ্বাৰা ইতিহাস একত্ৰিতকৰণ কৰিব নোৱাৰি। বিশদ বিৱৰণৰ বাবে ইতিহাস একত্ৰিতকৰণ চাওক।
- সাঁচ একত্ৰিতকৰণ: একত্ৰিতকৰণৰ বাবে সাঁচসমূহ আলোচনাৰ বাবে সাঁচসমূহত অনুৰোধ কৰা উচিত, ইয়াৰ বাবে সুকীয়া সাঁচ {{tfm}} ব্যৱহাৰ কৰা হয়।
একত্ৰিতকৰণৰ কাৰণসমূহ
[সম্পাদনা কৰক]একত্ৰিতকৰণৰ বহু কাৰণ আছে:
- নকল: একে পৰিসৰৰ একে বিষয়ৰ দুই বা তাতোধিক পৃষ্ঠা থাকিলে।
- Overlap: There are two or more pages on related subjects that have a large overlap. Wikipedia is not a dictionary; there does not need to be a separate entry for every concept. For example, "flammable" and "non-flammable" can both be explained in an article on flammability.
- Text: If a page is very short and is unlikely to be expanded within a reasonable amount of time, it often makes sense to merge it with a page on a broader topic. For example, parents or children of a celebrity who are otherwise unremarkable are generally covered in a section of the article on the celebrity (and can be merged there).
- Context: If a short article requires the background material or context from a broader article in order for readers to understand it. For example, minor characters from works of fiction are generally covered in a "List of characters in <work>" article (and can be merged there); see also Wikipedia:Notability (fiction).
তলৰ কাৰণবোৰৰ বাবে একত্ৰিতকৰণ উচিত নহয়:
- একত্ৰিত কৰাৰ ফলত যদি বহু দীঘল পৃষ্ঠাৰ সৃষ্টি হয়
- যদি পৃথক বিষয় কেইটাৰ সম্পৰ্কে বিস্তৃত বিৱৰণ সমৃদ্ধ প্ৰৱন্ধ হয়
- চুটি হ'লেও প্ৰৱন্ধবোৰ যদি একক প্ৰৱন্ধ হোৱাৰ যোগ্য