সমললৈ যাওক

ৱিকিপিডিয়া বাৰ্তা:ৱিকিপত্ৰিকা/মে'-২০১৭

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া তাৰিখ আৰু চন

[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰপত্ৰিকাৰ মালিকক জনোৱা হয় যে অসমীয়া তাৰিখটোৰ লগত চনটোৰ সামঞ্জস্য নাই। ভাস্কৰাব্দ বৰ্ষ ১৪২৪ চলি আছে । কুমাৰ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা আছিল। অসমীয়া বামুন। হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰি বঙ্গৰাজ শশাংকক আগপিছ দুইফালৰ পৰা বাঁহ দিছিল। অসমীয়া বহাগ, জেঠ, আহাৰ আদি মাহবোৰ ভাস্কৰাব্দ বৰ্ষমতেহে। গতিকে তাৰিখটোৰ লগত ভাস্কৰাব্দ বৰ্ষটো উলায় থকাটোহে সমীচিন হ'ব। JBDVIJASDVI (talk) 19:10, 28 June 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক