সমললৈ যাওক

অপাৰেটিং ছিষ্টেম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Desktop OSৰ পৰা পুনঃনিৰ্দেশিত)

অপাৰেটিং ছি‌ষ্টেম হৈছে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচ’ৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্ৰ’গ্ৰামৰ সমষ্টি। অপাৰেটিং ছি‌ষ্টেমে কম্পিউটাৰ তথা ব্যৱহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক (কাৰ্য) তথা কম্পিউটাৰৰ আভ্যন্তৰীণ ছি‌ষ্টেম সম্পদসমূহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য প্ৰ’গ্ৰামক সেয়া প্ৰদান কৰে।

অপাৰেটিং ছি‌ষ্টেমৰ উদাহৰণ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]