মাটিকালি অনুসৰি দেশসমূহৰ তালিকা (ভৌগোলিক)
অৱয়ব
(List of countries by total area (graphical)ৰ পৰা পুনঃনিৰ্দেশিত)
এই তালিকাখনত বিশ্বৰ কেইখনমান দেশৰ মাটিকালি (ৰৈখিক চিত্ৰ)ৰ তালিকা। ১,০০,০০০ বৰ্গ কিঃমিঃতকৈ অধিক মাটিকালিৰ দেশসমূহ সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে। ইয়াৰ উপৰিও গেৰুৱা ৰঙেৰে সাৰ্বভৌম নোহোৱা অঞ্চলসমূহ সমূহ দেখুওৱা হৈছে (তুলনা কৰিবৰ বাবে)। মাটিকালিৰ ভিতৰত আভ্যন্তৰীণ জলভাগ (হ্ৰদ, নদী) অন্তৰ্ভূক্ত কৰা হৈছে। বিভিন্ন দেশে অধিকাৰ কৰা এণ্টাৰ্কটিকাৰ অঞ্চল সমূহ ইয়াত অন্তৰ্ভূক্ত কৰা হোৱা নাই। এই তালিকাখনৰ তথ্যসমূহ বিস্তৃতভাৱে জানিবৰ বাবে মাটিকালি অনুসৰি দেশসমূহৰ তালিকা চাওক।
১.৫ মিলিয়ন বৰ্গ কিঃমিঃ তকৈ অধিক মাটিকালিৰ দেশসমূহ
[সম্পাদনা কৰক]১.৫ মিলিয়ন বৰ্গ কিঃমিঃ তকৈ কম মাটিকালিৰ দেশসমূহ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- CIA World Factbook [1] Archived 2014-01-31 at the Wayback Machine accessed February 15, 2005.