মণি ৰত্নম
অৱয়ব
(Mani Ratnamৰ পৰা পুনঃনিৰ্দেশিত)
মণি ৰত্নম | |
---|---|
জন্ম | গোপাল ৰত্নম সুব্ৰমণিয়াম ২ জুন, ১৯৫৬ (৬৮ বছৰ) মাদুৰাই, তামিলনাডু, ভাৰত |
বাসগৃহ | চেন্নাই, তামিলনাডু, ভাৰত |
পেচা | পৰিচালক প্ৰযোজক চিত্ৰনাট্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৮৩—বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | সুহাসিনী মণিৰত্নম (বি. ১৯৮৮) |
সন্তান | নন্দন (জন্ম ১৯৯১) |
মণি ৰত্নম (ইংৰাজী: Mani Ratnam; জন্ম: জুন ২, ১৯৫৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেখেত মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰৰ সৈতে জড়িত।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত মণি ৰত্নম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- মণি ৰত্নম সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।