পাৰ্থেনিয়াম
পাৰ্থেনিয়াম উত্তৰ আমেৰিকাৰ এবিধ থলুৱা বাৰ্ষিক, দ্বিবাৰ্ষিক, বহুবৰ্ষজীৱী, হেলিয়ান্থী(Heliantheae) গোত্ৰৰ এষ্টাৰেছী(Asteraceae) জাতিৰ এষ্টাৰোডী(Asteroideae) উপজাতিৰ জোপোহা উদ্ভিদ৷[1][2] পাৰ্থেনিয়াম নামটো গ্ৰীক শব্দ parthenionৰ পৰা আহিছে৷[3][4][5] শব্দটো সম্ভৱতঃ গ্ৰীক শব্দ parthenosৰ পৰা উদ্ভূত, যাৰ অৰ্থ “কুমাৰী’’৷[2]
প্ৰজাতি
[সম্পাদনা কৰক]পাৰ্থেনিয়ামৰ কেইবাটিও প্ৰজাতি আছে৷ সেইবোৰ হ’ল:[6]
- পাৰ্থেনিয়াম আলপিনাম (Parthenium alpinum)
- পাৰ্থেনিয়াম আৰ্গেনটাটাম (Parthenium argentatum)
- পাৰ্থেনিয়াম চিনেৰেছিয়াম(Parthenium cineraceum)
- পাৰ্থেনিয়াম কনফেৰটাম (Parthenium confertum)
- পাৰ্থেনিয়াম ফ্ৰুটিক’ছাম (Parthenium fruticosum)
- পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ (Parthenium hysterophorus)
- পাৰ্থেনিয়াম ইনকেনাম (Parthenium incanum)
- পাৰ্থেনিয়াম ইন্টেগ্ৰিফ’লিয়াম (Parthenium integrifolium)
- পাৰ্থেনিয়াম লিগুলেটাম (Parthenium ligulatum)
- পাৰ্থেনিয়াম ৰ’লিনছিয়ানাম (Parthenium rollinsianum)
- পাৰ্থেনিয়াম স্ক’টি (Parthenium schottii)
- পাৰ্থেনিয়াম ট’মেণ্ট’ছাম (Parthenium tomentosum)
এই উপজাতিবোৰৰ ভিতৰত আটাইতকৈ বিষাক্ত প্ৰজাতিটো হৈছে পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ
গুৰুত্ব
[সম্পাদনা কৰক]উত্তৰ আমেৰিকাত জিকাৰিলা আপাচি জাতিৰ লোকসকলে ঔষধৰ বাবে পাৰ্থেনিয়াম ইনকানাম ব্যৱহাৰ কৰিছিল। গুয়ায়ুল (P. argentatum)ৰ ৰস প্ৰাকৃতিক ৰবৰৰ উৎস। .[7] ভাৰত, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ কিছু অংশত পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ এবিধ সাধাৰণ আক্ৰমণাত্মক প্ৰজাতি। ইয়াৰ পৰাগ ৰেণুই এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ আঠা অতি বিষাক্ত।
চিত্ৰ
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Linnaeus, Carl von. 1753. Species Plantarum 2: 988 in Latin
- ↑ 2.0 2.1 Strother, John L., "Parthenium", in Flora of North America Editorial Committee, Flora of North America North of Mexico (FNA), প্ৰকাশক New York and Oxford, http://www.efloras.org/florataxon.aspx?flora_id=1&taxon_id=124104, আহৰণ কৰা হৈছে: 2011-08-09
- ↑ Liddell, Henry George; Scott, Robert (1940). "παρθένιον". A Greek-English Lexicon. Clarendon Press. Archived from the original on 2019-07-03 – via the Perseus Project.
- ↑ Dioscorides, Pedanius (2000). Materia Medica. প্ৰকাশক Johannesburg, South Africa: Ibidis Press. পৃষ্ঠা. 556. https://archive.org/details/Dioscorides_Materia_Medica.
- ↑ Dioscorides, Pedanius (1829). Sprengel, Curtius. ed. De Materia Medica. প্ৰকাশক Leipzig. পৃষ্ঠা. 484. https://books.google.com/books?id=JwAUAAAAQAAJ&pg=PA582.
- ↑ Flann, C (ed) 2009+ Global Compositae Checklist Archived 2014-12-27 at Archive.today
- ↑ Ray, Dennis T. (1993). "Guayule: A source of natural rubber". New crops (New York: Wiley): 338–343. http://www.hort.purdue.edu/newcrop/proceedings1993/v2-338.html.