ৰাজহুৱা ক্ষেত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Public domainৰ পৰা পুনঃনিৰ্দেশিত)

ৰাজহুৱা ক্ষেত্ৰ বুলিলে সেইবোৰ কাৰ্যক বুজায় যিবোৰৰ একছেতিয়া অধিকাৰ স্বত্বৰ ম্যাদ শেষ[1] বা বাজেয়াপ্ত[2] অথবা অপ্ৰযোজ্য হৈছে।[3] উদাহৰণস্বৰূপে, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্ম, আৰু চলচ্চিত্ৰ ইতিহাসৰ আৰম্ভণিৰ অধিকাংশ নিৰ্বাক চলচ্চিত্ৰ, বৰ্তমান ৰাজহুৱা ক্ষেত্ৰৰ অধীন, আৰু স্বত্বাধিকাৰ আইন কাৰ্যকৰীৰ পূৰ্বৰ সৃষ্ট সকলো কৰ্ম ইয়াৰ আওতাত পৰে।[1]

ক্ৰিয়েটিভ কমন্স' ৰাজহুৱা ক্ষেত্ৰৰ চিহ্ন


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 জেমছ বয়েল (২০০৮) (ইংৰাজী ভাষাত). The Public Domain: Enclosing the Commons of the Mind (সচিত্ৰ). ইয়েল ইউনিভাৰ্চিটি প্ৰেছ. পৃষ্ঠা. ৩৮. ISBN 978-0-300-13740-8. http://www.google.com/books?id=Fn1Pl9Gv_EMC&dq=public+domain&source=gbs_navlinks_s. 
  2. ক্ৰিষ্টোফ বীট গ্ৰেবাৰ; মিৰা ব্যুৰি নিনোভা (১ জানুৱাৰী ২০০৮) (ইংৰেজি ভাষাত). Intellectual Property and Traditional Cultural Expressions in a Digital Environment. Edward Elgar Publishing. পৃষ্ঠা. ১৭৩. ISBN 978-1-84720-921-4. http://www.google.com/books?id=gK6OI0hrANsC&dq=%22public+domain%22+intellectual+property&lr=&as_brr=3&source=gbs_navlinks_s. 
  3. "Works Unprotected by Copyright Law". বিটলwww.bitlaw.com. ১ আগষ্ট ২০১৬. http://www.bitlaw.com/copyright/unprotected.html. 

বহিঃসংযোগ[সম্পাদনা কৰক]