সমললৈ যাওক

শ্বাস তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Respiratory systemৰ পৰা পুনঃনিৰ্দেশিত)
শ্বাসতন্ত্ৰ

মানুহৰ শ্বাসতন্ত্ৰৰ সকলো অংগ সামৰি এক পূৰ্ণাংগ চিত্ৰ।
সবিশেষ
চিনাক্তকাৰক
লেটিন systema respiratorium
MeSH D012137
TA98 A06.0.00.000
TA2 3133
FMA 7158
দেহতাত্ত্বিক পৰিভাষা

শ্বাসতন্ত্ৰ হৈছে সকলো প্ৰাণীৰে এক অবিচ্ছেদ্য অংগ। শ্বাসতন্ত্ৰত মূলতঃ নাক, শ্বাসনলী, হাওঁফাওঁ আদিৰে গঠিত। বিশেষ শ্বাসঅংগৰ জৰিয়তে ৰ সম্পন্ন কৰা এক । শ্বাস তন্ত্ৰৰ সহায়ত জীৱই পৰিৱেশৰ লগত আৰু ৰ বিনিময় কৰে।

ৰ দৰে বোৰৰ প্ৰধান শ্বাসঅংগ হৈছে । ক অক্সিজেনৰ যোগান ধৰিবৰ বাবে হাওঁফাওঁ বায়ুৰে পূৰ্ণ কৰাক শ্বাস আৰু হাওঁফাওঁৰ পৰা কাৰ্বন ডাই-অক্সাইড উলিয়াই দিয়াক প্ৰশ্বাস বোলে। সমগ্ৰ প্ৰক্ৰিয়াটোক শ্বসন বোলে। মানুহ আৰু অন্য ৰ ত, শ্বাস তন্ত্ৰত অন্তৰ্ভুক্ত অংগবোৰ হৈছে , ব্ৰংকি, ব্ৰংকিঅল, হাওঁফাওঁ, আৰু । অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বোৰ আৰু বাহ্যিক গেছীয় পৰিৱেশৰ মাজত দ্বাৰা নিষ্ক্ৰিয়ভাৱে বিনিময় হয়। এই বিনিময় প্ৰক্ৰিয়া হাওঁফাওঁৰ বোৰত সংঘটিত হয়।

আৰু অন্য বহু প্ৰাণীৰ শ্বসন ৰ দ্বাৰা সংঘটিত হয়। ৰ দৰে অন্য প্ৰাণীবোৰৰ, শ্বাস তন্ত্ৰৰ শৰীৰ ৰচনা অতি সৰল, আনকি প্ৰাণীবোৰৰ শ্বসন দ্বাৰাই সংঘটিত হয়। ৰ ত থকা নামৰ ছিদ্ৰৰ মাজেৰে শ্বসন সম্পন্ন হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]