সমললৈ যাওক

অকাজী ফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
অকাজী ফুল
অকাজী ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
গণ: Coffea
প্ৰজাতি: benghalensis
বৈজ্ঞানিক নাম
Coffea benghalensis
B. Heyne ex Schult. 1819

অকাজী ফুল (বৈজ্ঞানিক নাম: Coffea benghalensis) হৈছে Coffea গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইয়াক ভাৰতৰ হাবিত পোৱা যায়।[1] ইয়াৰ অন্য অসমীয়া নামবোৰ হৈছে, ছাগলি ফুল, লেখাৰু আদি। ইংৰাজীত ইয়াক ইণ্ডিয়ান কেবেজ হোৱাইট বুলি জনা যায়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত Coffea benghalensis সম্পৰ্কীয় মিডিয়া ফাইল।
  • ৱিকিপ্ৰজাতিত Coffea benghalensis সম্পৰ্কীয় তথ্য

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]