আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা
এই প্ৰবন্ধ ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি অনুসৰি ক্ষিপ্ৰ বিলোপনৰ যোগ্য। কাৰণ:বিশেষ তথ্যৰ যোগান ধৰা নাই। বৈধ ক্ৰাইটেৰিয়াৰ বাবে, চাওক ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী।
যদি এই প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ উপযোগী নহয়, অথবা আপুনি যদি প্ৰবন্ধটোৰ বিকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, অনুগ্ৰহ কৰি পৃষ্ঠাৰ পৰা এই জাননীখন আতৰাই দিয়ক, কিন্তু আপুনি নিজে তৈয়াৰ কৰা প্ৰবন্ধ ৰ পৰা জাননীখন আতৰাই নিদিব। আপুনি যদি পৃষ্ঠাটো তৈয়াৰ কৰি থাকে, আৰু ক্ষিপ্ৰ বিলোপনৰ ক্ষেত্ৰত অসন্মতি পোষণ কৰে, তেন্তে আপত্তি জনাবৰ বাবে তলৰ বাকচটোত ক্লিক কৰক। এইটোৱে আপোনাক আলোচনা পৃষ্ঠালৈ লৈ যাব আৰু তাতেই উল্লেখ কৰা নিৰ্দিষ্ট নীতি অনুযায়ী ব্যাখ্যা কৰক কিয় এই প্ৰবন্ধ পৃষ্ঠাটো অপসাৰণ কৰা উচিত নহয়। অথবা আলোচনা পৃষ্ঠাত গৈ আপুনি নতুন বাৰ্তা যোগ কৰিব পাৰে অথবা আগৰ বাৰ্তাৰ উত্তৰ আহিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। লক্ষ্য কৰক এই জাননীখন যুক্ত কৰাৰ পাছত যি কোনো সময়তেই (সাধাৰনতে ৭ দিনৰ পাছত) এই পৃষ্ঠাটো বিলোপ কৰা হ’ব পাৰে, যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিৰ চৰ্ত সম্পূৰ্ণৰূপে পূৰণ নকৰে অথবা আলোচনা পৃষ্ঠাত উল্লেখিত যুক্তিবোৰ যথেষ্ট নহয়। প্ৰশাসকবৃন্দ: বিলোপনৰ আগেয়ে পৰীক্ষা কৰক সংযোগ, ইতিহাস (শেষ), আৰু লগ [1]. গুগল ৱেব, সংবাদ সন্ধানৰ বিষয়টি বিবেচনা কৰক।
|
ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ (ISBN) (আই.এচ.বি.এন.) বা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সকলো ধৰনৰ বাৰকোড চিহ্নিতকৰণৰ বাবে ব্যৱহৃত এক সংখ্যায়ন পদ্ধতি যিটো বাণিজ্যিক দিশত ব্যৱহৃত হৈ আহিছে। ১৯৬৬ খ্ৰীষ্টাব্দত যুক্তৰাজ্যত এই সংখ্যায়ন পদ্ধতি প্ৰৱৰ্তন কৰা হয়। ইয়াৰ অনুৰূপ আৰু এক সংখ্যায়ন পদ্ধতি হৈছে আই.এচ.এচ.এন. যি মূলতঃ পত্ৰ-পত্ৰিকা আৰু সাময়িকীৰ ক্ষেত্ৰত ব্যৱহৃত হয়। ২০০৭ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰী তাৰিখৰ পৰা আই.এচ.বি.এনক ১৩-ডিজিটৰ সংখ্যালৈ উন্নীত কৰা হৈছে।[1] এই সংখ্যায়নৰ সকলো দায়িত্ব বহনকাৰী হৈছে টিচি ৪৬/এচচি ৯।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ As explained in this summary document Archived 2007-06-10 at the Wayback Machine from ISO
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ISO 2108:2005 at www.iso.org
- transition Archived 2009-02-19 at the Wayback Machine at isbn.org
- Description of the ISBN to EAN upgrade process Archived 2007-04-08 at the Wayback Machine at bookweb.org
- Description of the ISBN to Farsi Language Archived 2012-01-07 at the Wayback Machine at ZarSara.Com
- International ISBN Agency—coordinates and supervises the worldwide use of the ISBN system.
- Numerical List of Group Identifiers Archived 2009-07-22 at the Wayback Machine List of language/region prefixes
- Free conversion tool: ISBN-10 to ISBN-13 & ISBN-13 to ISBN-10 Archived 2013-09-12 at the Wayback Machine from the ISBN agency. Also shows correct hyphenation & verifies if ISBNs are valid or not.
- RFC 3187 Using International Standard Book Numbers as Uniform Resource Names (URN)
- http://isbn-international.org/en/download/implementation-guidelines-04.pdf Archived 2004-09-12 at the Wayback Machine Implementation guidelines]|51.0 KB for the 13-digit ISBN code.
- Description of the ISBN in Persian: شابک (کتاب) در فارسی Archived 2012-01-07 at the Wayback Machine at zarsara.com