গ্ৰীক আখৰ গ্ৰীক বৰ্ণমালাৰ ব্যৱহাৰ ন শতিকাৰ শেষৰ ফালে নাইবা আঠ শতিকাৰ আৰম্ভণিত হৈছিল। এই বৰ্ণমালা সমূহ ফিনিসীয়(Phoenician) বৰ্ণমালাৰ পৰা লোৱা হৈছে। বৰ্তমান গ্ৰীক ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ২৪টা গ্ৰীক আখৰ হৈছে[1] -
- Α α আলফা(alpha),
- Β β বিটা(beta),
- Γ γ গামা(gamma),
- Δ δ ডেলটা(delta),
- Ε ε এপছাইলন(epsilon),
- Ζ ζ জিটা(zeta),
- Η η ইটা(eta),
- Θ θ থিটা(theta),
- Ι ι আয়'টা(iota),
- Κ κ কাপ্পা(kappa),
- Λ λ লেমডা(lambda),
- Μ μ মিউ(mu),
- Ν ν নিউ(nu),
- Ξ ξ জাই(ksi),
- Ο ο ওমিক্ৰন(omicron),
- Π π পাই(pi),
- Ρ ρ ৰো(rho),
- Σ σ/ς চিগমা(sigma)
- Τ τ টাও(tau),
- Υ υ আপচিলন(upsilon),
- Φ φ ফাই(phi),
- Χ χ কাই(chi),
- Ψ ψ ছাই(psi), aru
- Ω ω ওমেগা(omega)
আখৰ
|
ফিনিছীয় আখৰ
|
নাম
|
প্ৰাচীন গ্ৰীক
|
ক্লাছিকেল প্ৰাচীন গ্ৰীক
|
সংখ্যা
|
ইংৰাজী
|
মধ্যযুগীয় গ্ৰীক
|
আধুনিক গ্ৰীক
|
Ϝ ϝ
|
Waw
|
Digamma
|
ϝαῦ
|
δίγαμμα
|
w
|
[w]
|
6
|
Ϛ ϛ
|
|
Stigma
|
στίγμα
|
στίγμα
|
st
|
[st]
|
6
|
Ͱ ͱ
|
Heth
|
Heta
|
ἧτα
|
–
|
h
|
[h]
|
–
|
Ϻ ϻ
|
Sade
|
San
|
ϻάν
|
σάν
|
s
|
[s]
|
–
|
Ϟ ϟ (Ϙ ϙ)
|
Qoph
|
Koppa
|
ϙόππα
|
κόππα
|
q
|
[q]
|
90
|
Ϡ ϡ (Ͳ ͳ)
|
Sade
|
Sampi
|
–
|
σαμπῖ
|
ss
|
[sː], [ks], [ts]
|
900
|
Ϸ ϸ
|
Shin
|
Sho
|
–
|
–
|
sh
|
[ʃ]
|
–
|