সদস্য:Nitish Kumar Duwarah: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
নতুন পৃষ্ঠা: নমস্কাৰ। মই নীতিশ কুমাৰ দুৱৰা (নিকু)। নৰ্থ লখিমপুৰ কলেজ (স্বাঃ... |
No edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
নমস্কাৰ। মই নীতিশ কুমাৰ দুৱৰা (নিকু)। নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ এজন ছাত্ৰ। বিষয়ঃ ৰাজনীতি বিজ্ঞান। অভিৰুচিঃ তৰ্ক, প্ৰবন্ধ লিখন আৰু অনুবাদ। মেইল ঠিকনাঃ nkd279359@gmail.com, ব্লগচাইটঃ www.nikucreativia.blogspot.com |
নমস্কাৰ। মই নীতিশ কুমাৰ দুৱৰা (নিকু)। নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ এজন ছাত্ৰ। বিষয়ঃ ৰাজনীতি বিজ্ঞান। অভিৰুচিঃ তৰ্ক, প্ৰবন্ধ লিখন আৰু অনুবাদ। মেইল ঠিকনাঃ nkd279359@gmail.com, ব্লগচাইটঃ www.nikucreativia.blogspot.com |
||
[[চিত্ৰ:Niku Duwarah.jpg|thumb|Niku_Duwarah.jpg]]<> |
|||
মোৰ বিষয়ে কিছু কথা- |
|||
১) ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হোৱাৰ বাবে মোৰ প্ৰিয় অধ্যয়নৰ বিষয়সমূহ হৈছেঃ ৰাজনৈতিক সাহিত্য, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, ৰাজনৈতিক তত্ব আৰু ইয়াৰ গতিধাৰা, নাৰীবাদ আৰু লিংগ অধ্যয়ন আদি। |
|||
২) মই প্ৰৱন্ধ লিখোঁ। [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ যুৱ মহোত্সৱৰ ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ প্ৰৱন্ধকাৰৰ সন্মান লাভ কৰোঁ। বিভিন্ন আলোচনী আৰু বাতৰি কাকতত মোৰ প্ৰৱন্ধ আৰু সমালোচনা প্ৰকাশ পাইছে। |
|||
৩) মই তৰ্ক কৰোঁ। ই মোৰ নিচা। প্ৰায় ১৭ খন তৰ্ক প্ৰতিযোগিতাত পুৰষ্কাৰ লাভ কৰিছোঁ। অৱশ্যে আজিকালি তৰ্কৰ জগতখনৰ পৰা অব্যাহতি ল'লো। |
|||
৪) সকলোতকৈ ওপৰত মই এজন হাড়ে-হিমজুয়ে অসমীয়া। |
08:47, 30 October 2019ৰ সংস্কৰণ
নমস্কাৰ। মই নীতিশ কুমাৰ দুৱৰা (নিকু)। নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ এজন ছাত্ৰ। বিষয়ঃ ৰাজনীতি বিজ্ঞান। অভিৰুচিঃ তৰ্ক, প্ৰবন্ধ লিখন আৰু অনুবাদ। মেইল ঠিকনাঃ nkd279359@gmail.com, ব্লগচাইটঃ www.nikucreativia.blogspot.com
<>
মোৰ বিষয়ে কিছু কথা- ১) ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হোৱাৰ বাবে মোৰ প্ৰিয় অধ্যয়নৰ বিষয়সমূহ হৈছেঃ ৰাজনৈতিক সাহিত্য, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, ৰাজনৈতিক তত্ব আৰু ইয়াৰ গতিধাৰা, নাৰীবাদ আৰু লিংগ অধ্যয়ন আদি। ২) মই প্ৰৱন্ধ লিখোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোত্সৱৰ ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ প্ৰৱন্ধকাৰৰ সন্মান লাভ কৰোঁ। বিভিন্ন আলোচনী আৰু বাতৰি কাকতত মোৰ প্ৰৱন্ধ আৰু সমালোচনা প্ৰকাশ পাইছে। ৩) মই তৰ্ক কৰোঁ। ই মোৰ নিচা। প্ৰায় ১৭ খন তৰ্ক প্ৰতিযোগিতাত পুৰষ্কাৰ লাভ কৰিছোঁ। অৱশ্যে আজিকালি তৰ্কৰ জগতখনৰ পৰা অব্যাহতি ল'লো। ৪) সকলোতকৈ ওপৰত মই এজন হাড়ে-হিমজুয়ে অসমীয়া।