সমাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
কোনো শব্দৰ সলনি ব্যৱহাৰ বা একে অর্থ প্ৰকাশ কৰে তেনে শব্দ বোৰক '''সমাৰ্থক শব্দ''' বা '''প্ৰতিশব্দ বোলে'''। একেটা শব্দৰে কেইবাটাও প্ৰতিশব্দ থাকিব পাৰে। অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দৰ ভাষাৰ শব্দ ভাণ্ডাৰৰ প্ৰকাশিকা শক্তি বৃদ্ধি পায়।
'''সমাৰ্থক শব্দ''' বোৰ কোনো শব্দৰ সলনি বা বিকল্প হিচাপে ব্যৱহাৰ হোৱা বা একে অর্থ প্ৰকাশক শব্দ। সমাৰ্থক শব্দক প্ৰতিশব্দ বুলিও কোৱা হয়। একেটা শব্দৰে কেইবাটাও প্ৰতিশব্দ থাকিব পাৰে। অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দই ভাষাৰ শব্দ ভাণ্ডাৰৰ প্ৰকাশিকা শক্তি বৃদ্ধি পায়।


==সমাৰ্থক শব্দৰ উদাহৰণ==
==সমাৰ্থক শব্দৰ উদাহৰণ==

17:24, 18 April 2020ৰ সংস্কৰণ

সমাৰ্থক শব্দ বোৰ কোনো শব্দৰ সলনি বা বিকল্প হিচাপে ব্যৱহাৰ হোৱা বা একে অর্থ প্ৰকাশক শব্দ। সমাৰ্থক শব্দক প্ৰতিশব্দ বুলিও কোৱা হয়। একেটা শব্দৰে কেইবাটাও প্ৰতিশব্দ থাকিব পাৰে। অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দই ভাষাৰ শব্দ ভাণ্ডাৰৰ প্ৰকাশিকা শক্তি বৃদ্ধি পায়।

সমাৰ্থক শব্দৰ উদাহৰণ

তলত অসমীয়াত ব্যৱহৃত কিছু সমাৰ্থক শব্দৰ উদাহৰণ দাঙি ধৰা হ'ল:

  • অগ্নিঃ- অনল, জুই, পাৱক আদি।
  • আকাশঃ- গগন, শূন্য, অম্বৰ আদি।
  • আদৰঃ- সাদৰ, চেনেহ আদি।
  • পদুম ফুলঃ- পদ্ম, কমল, নলিনী, নলিন, অৰবিন্দ আদি।
  • সমীৰঃ- বায়ু, বতাহ, অনিল আদি।
  • নদীঃ- নৈ, প্ৰৱাহিনী আদি।
  • ঘৰঃ- আবাস, গৃহ, ভৱন আদি।
  • পৃথিৱীঃ- বসুধা, ধৰণী, ধৰা আদি।
  • মিত্ৰঃ- সখি, বন্ধু, লগৰীয়া আদি।
  • ফুলঃ- কুসুম, পুষ্প আদি।
  • পৰ্বতঃ- অচল, গিৰি আদি।
  • নাৰীঃ- মহিলা, ৰমণী, কামিনী আদি।

তথ্যসংগ্ৰহ