স্কাইপ
অৱয়ব
উইণ্ডোজ ৭-ত স্কাইপ ৫.৬ | |
বিকাশক | মাইক্ৰছফ্ট স্কাইপ বিভাজন |
---|---|
প্ৰথম মুক্তি | আগষ্ট ২০০৩ |
স্থিৰ মুক্তি | ৫.৮.০.১৫৪ (উইণ্ডোজ) (২ ফেব্ৰুৱাৰী ২০১২[1]) ৫.৫.০.২৩৪০ (মেক অএচ এক্স) (২ ফেব্ৰুৱাৰী ২০১২[2]) |
লিখা হৈছে | Embarcadero Delphi, অৱজেক্টিভ ছি (আইঅএচ), মেক অএএক্স), Qt4 (লীনাক্স)ৰ লগত চি++ |
অপাৰেটিং চিষ্টেম | ক্ৰছ প্লেটফৰ্ম |
উপলব্ধ হয় | বহুভাষিকতা |
প্ৰকাৰ | ভইছ অভাৰ ইন্টাৰনেট প্ৰটকল, তাৎক্ষনিক বাৰ্তা প্ৰেৰক, ভিডিঅ' কনফাৰেন্সিং |
অনুজ্ঞাপত্ৰ | Proprietary, some paid features |
ৱেবছাইট | www.skype.com |
স্কাইপ (ইংৰাজী: Skype; pron.: /ˈskaɪp/) হ'ল ভি অ’ আই পি (ভইচ অভাৰ আই পি) সঁজুলি যিয়ে দুটা ভইছ চেনেলৰ মাজত সংযোগ স্থাপন কৰে৷ স্কাইপ যি কোনো ব্যক্তিয়ে ডাউন ল'ড কৰি নিজৰ কম্পিউটাৰত স্থাপন কৰিব পাৰে, আৰু তেওঁলোকে কম্পিউটাৰটো এটা ফোনৰ দৰে ব্যৱহাৰ কৰিব পাৰে৷ এটা নেটৱৰ্কত থকা এজন স্কাইপ ব্যৱহাৰকাৰীয়ে আন এজন স্কাইপ ব্যৱহাৰকাৰীলৈ বিনামূল্যে কথা বাতা পাতিব পাৰে৷ বতমানলৈকে স্কাইপ ব্যৱহাৰকাৰীৰ সংখ্যা এক নিযুত ৰ সীমা অতিক্ৰম কৰিছে৷ স্কাইপে দূৰণিৰ ফোনসমূহ অতি কম মূল্যত আৰু উন্নত মানৰ যোগান ধৰে৷ স্কাইপৰ জৰিয়তে আমি ফোন কলসমূহ প্ৰয়োজন অনুসাৰে সংৰক্ষন কৰিব পাৰো ও কেবাজনৰ কথা আমি একে সময়ত পাতিব পাৰোঁ৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Skype 5.6 for Windows release notes"]. Retrieved 12 December 2012.
- ↑ "Skype 5.3 for Mac release notes". Retrieved 11 January 2012.
- ↑ "Skype 2.6 for Android release notes". Retrieved 11 January 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আধিকাৰিক ৱেবছাইট
- Compilation of research and technology articles involving Skype
- An Experimental Study of the Skype Peer-to-Peer VoIP System
- "Skype, Going Public, Hopes for $100 Million From First Offering" Eric Pfanner, The New York Times, 9 August 2010