হেৰমান হেস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


হেৰমান কাৰ্ম হেস্ (ইংৰাজী: Hermann Karl Hesse) (২ জুলাই ১৮৭৭-৯ আগষ্ট ১৯৬২) আছিল জাৰ্মানীত জন্ম গ্ৰহণ কৰা এজন বিশিষ্ট কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে।[1] ভাৰতীয় শ্ৰমণ দৰ্শনৰ আধাৰত ১৯২২ চনত তেওঁ জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখনো ৰচনা কৰিছিল।

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

  • (১৯০০) হেৰমান লস্কাৰ
  • (১৯০৬) বিনিথ দ্য হুইল (দ্য প্ৰডিজি নামে প্ৰকাশিত)
  • (১৯১০) গাৰ্টুড
  • (১৯১৪) ইন দি ওল্ড সান
  • (১৯১৯) ষ্ট্ৰেঞ্জ নিউজ ফ্ৰম অ্যানাদাৰ ষ্টাৰ
  • (১৯১৯) ডেমিয়ান (এমিল সিনক্লেয়াৰ ছদ্মনামে প্ৰকাশিত)
  • (১৯২২) সিদ্ধাৰ্থ
  • (১৯২৭) ষ্টেপেনউলফ
  • (১৯৩২) জাৰ্নি টু দ্য ওয়েষ্ট
  • (১৯৪৩) দ্য গ্লাস বিড গেম (ম্যাজিষ্টাৰ লুডি নামে প্ৰকাশিত)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Nobel Prize in Literature 1946". Nobel Foundation. http://nobelprize.org/nobel_prizes/literature/laureates/1946/index.html। আহৰণ কৰা হৈছে: 2008-10-17.